• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বখনিকৰৰ পূজাৰ আয়োজন

Nation NE by Nation NE
September 17, 2025
in Top News, অসম
0 0
আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বখনিকৰৰ পূজাৰ আয়োজন
Share on FacebookShare on TwitterWhatsApp

আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মাক বেদত জগতৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে। ভাদমাহৰ সংক্ৰান্তিত অনুষ্ঠিত কৰা বিশ্বকৰ্মা পূজা হৈছে হিন্দুসকলৰ এক ধৰ্মীয় উৎসৱ। এই পূজা ঐশ্বৰিক শিল্পী বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি আয়োজন কৰা হয়।

জনবিশ্বাস অনুসৰি, এই দেৱশিল্পীয়ে নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰি, স্বৰ্গলোক, যমপুৰি আদি দৃষ্টিনন্দন ৰৈম্যপীঠ। সেই অনুসৰিয়েই অতীজৰে পৰা নিৰ্মাণ-সৃজনৰ দেৱতা ৰূপে বিশ্বকৰ্মাৰ পূজা কৰি আহিছে।

উল্লেখ্য যে, পুৰীৰ জগন্নাথ মন্দিৰৰ অৰ্ধ নিৰ্মিত জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তিৰো খনিকৰ আছিল বিশ্বকৰ্মা। বিশ্বকৰ্মা পুৰাণ অনুসৰি নাৰায়ণে প্ৰথমে ব্ৰহ্মা আৰু তাৰ পাছত বিশ্বকৰ্মাক সৃষ্টি কৰিছিল। বিশ্বকৰ্মা নামৰ অৰ্থই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ স্থাপতি। বিশ্বকৰ্মাই সৃজনীশীল শক্তিৰ বলত গোটেই বিশ্বকেই ধৰি ৰাখিছে।

ঋকবেদৰ মতে, বিশ্বকৰ্মাই সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে। তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়। সেয়ে তেওঁক দেৱতাৰ শিল্পী তথা দেৱশিল্পী হিচাপে অভিহিত কৰা হয়।

বিশ্বকৰ্মা পূজা মূলতে ভাৰতৰ অসম, কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰাকে ধৰি কেইবাখনো ৰাজ্যত৷ হিন্দু ধৰ্মৰ মতে, নিৰ্মাণ আৰু সৃষ্টিৰ ক্ষেত্ৰখনত দেৱশিল্পীৰ আশীষ অবিহনে অভিষ্ট সিদ্ধি নহয়। এই বিশ্বাসক সৰোগত কৰিয়েই তাহানিৰে পৰা চলি আহিছে বিশ্ব খনিকৰৰ পূজা-অৰ্চনা। আজি বিশ্বকৰ্মা পূজা উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, কল-কাৰখানা আদি সকলো অনুষ্ঠান-প্ৰতিষ্ঠান সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে।

Tags: GodpujaviswakarmaWorship

Related Posts

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ
Top News

December 10, 2025
গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

শীৰ্ষ সংবাদ

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025