• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 5, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

Nation NE by Nation NE
February 5, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য
Share on FacebookShare on TwitterWhatsApp

বৃন্দাবন হৈছে ভাৰতৰ উত্তৰ প্ৰদেশত যমুনা নৈৰ তীৰত অৱস্থিত এখন পবিত্ৰ ঐতিহাসিক তথা ধৰ্মীয় চহৰ। বৃন্দাবন ভগবান শ্ৰীকৃষ্ণৰ ৰাসলীলাভূমি হিচাপে প্ৰসিদ্ধ। এই বৃন্দাবনত প্ৰৱেশ কৰাৰ লগে লগে এক অব্যক্ত অনুভৱ কৰিব পাৰি। বৃন্দাবন সকলো সময়তে কৃষ্ণ ভক্তিৰে ৰঞ্জিত হৈ থাকে। বৃন্দাবনত অনুৰণিত হোৱা বায়ুৱে অতি অশান্ত মনকো স্পৰ্শ কৰি সজীৱ কৰি তোলে। বৃন্দাবনলৈ প্ৰথমবাৰৰ বাবে অহা বহু লোকে এই অভিজ্ঞতা লাভ কৰে।

আজিকালি বৃন্দাবন ভ্ৰমণলৈ যোৱা সৰহসংখ্যহ ভক্তই বিখ্যাত মন্দিৰসমূহ দৰ্শন কৰি ইস্কন বৃন্দাবন, ৰাধা ৰমন মন্দিৰ আৰু যমুনা নদীৰ পাৰৰ সজীৱ ঘাটসমূহ দৰ্শন কৰে, পিছে প্ৰকৃত বৃন্দাবন পুৰণি হেৰাই যোৱা পথ আৰু পবিত্ৰ বাগিচাসমূহত লুকাই আছে, য’ত আজিও ময়ুৰে পুৱাৰ ভাগত কৃষ্ণ ভক্তিত নৃত্য কৰে।বৃন্দাবনৰ ব্যস্ত বজাৰৰ আঁৰত অৱস্থিত এটা প্ৰাচীন আশ্ৰম আছে। সন্ধিয়াপৰত এই আশ্ৰমত ভজনত কৰি ভক্তই কৃষ্ণমৃতৰ সোৱাদ লব পাৰে। লগতে ৰাধা-ৰাণীৰ নাম জপ কৰি কৃষ্ণলীলাত নিজকে বিলীন কৰিব পাৰে। বৃন্দাবনৰ এই শান্তিময় ঠাইখিনিৰ বিষয়ে খুব কমেইহে আলোচনা হয়, কিন্তু এই স্থান সঁচাকৈয়ে গভীৰ ভক্তিৰে ভৰা। বৃন্দাবনত বাস কৰা স্থানীয়ই আজিও বিশ্বাস কৰে যে, ভগবান শ্ৰীকৃষ্ণই আজিও বৃন্দাবন এৰি যোৱা নাই। শ্ৰীকৃষ্ণৰ ঐশ্বৰিক শক্তি বৃন্দাবনৰ প্ৰতিজোপা তুলসীত আজিও সকলোৱে অনুভৱ কৰে।

আজিও সন্ধিয়া হোৱাৰ লগে লগে নিধিবনৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। নিধিবনৰ তত্ত্বাৱধায়কসকলে কয় যে, পূৰ্ণিমাৰ নিশা নিধিবন গছৰ তলত কি হয়, সেয়া চাবলৈ আজিলৈ কাৰো সাহস হোৱা নাই। বহুতেই এই কাহিনীবোৰক অলৌকিক বুলি গণ্য কৰিলেও, এই কাহিনীবোৰ আজিও এই চহৰখনত জীয়াই আছে। এই কাহিনীবোৰে বৃন্দাবনৰ আধ্যাত্মিক যাত্ৰাক কেৱল শাৰীৰিক তীৰ্থযাত্ৰাতকৈ বহু বেছি বিশেষ কৰি তুলিছে। বৃন্দাবন হৈছে ভগৱানৰ চিৰন্তন প্ৰেমৰ কাহিনীত প্ৰৱেশ কৰাৰ এক সোণালী সুযোগ।

বৃন্দাবনত সৰু-বৰ ৫ হাজাৰৰো অধিক মন্দিৰ আছে যিয়ে দৰ্শনাৰ্থীৰ মাজত এক অবৰ্ণনীয় ভক্তিৰসৰ সঞ্চাৰ কৰে। কম পৰিচিত হ’লেও ৰাধা বল্লভ মন্দিৰটোও অতিশয় শ্ৰদ্ধাৰ। আন মন্দিৰৰ দৰে ইয়াত ৰাধাক মূৰ্তি হিচাপে নহয় বৰঞ্চ কৃষ্ণৰ কাষত অদৃশ্য উপস্থিতি হিচাপে পূজা কৰা হয়, যিয়ে অদৃশ্য অথচ অবিচ্ছেদ্য প্ৰেমৰ বান্ধোনৰ প্ৰতীকৰূপে থিয় দিয়ে। বৃন্দাবনত শ্ৰীল প্ৰভুপাদে প্ৰতিষ্ঠা কৰা সজীৱ ইস্কন বৃন্দাবন সম্প্ৰদায়ে মানুহক কৃষ্ণৰ প্ৰতি ভক্তিৰে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে। হোলীৰ দৰে ৰঙীন উৎসৱৰ পৰা আৰম্ভ কৰি যমুনা নদীৰ পাৰত দৈনিক আৰতি, ঐশ্বৰিক প্ৰেমৰ আটাইতকৈ উচ্ছল উদযাপনেৰে সমৃদ্ধ বৃন্দাবন কেৱল এখন চহৰ নহয়, বৰঞ্চ এক গতিশীল প্ৰাৰ্থনা। বৃন্দাবনৰ প্ৰতিটো গলিয়ে অহৰহ সোঁৱৰাই দিয়ে যে ভক্তিৰ শিক্ষা কেৱল মন্ত্ৰ জপ বা আচাৰ-ব্যৱহাৰ কৰা নহয়, বৰঞ্চ নিজৰ জীৱনত সেইবোৰক মূৰ্ত কৰি তোলা।

যদি আপুনিও বৃন্দাবনলৈ যায়, তেন্তে পুৰণি আশ্ৰমত ৰাতিটো কটাব, সূৰ্য্য উদয়ৰ পূৰ্বে স্নান কৰি যমুনাৰ পাৰলৈ যাব আৰু ৰাতিপুৱাটো ভক্তিগীতেৰে আৰম্ভ কৰিব, এনে লাগিব যেন আপুনি এখন পৃথিৱীতহে ভৰি দিছে। ইয়াৰ পিছতো যিকোনো পুৰণি মন্দিৰলৈ গৈ ভাষা আৰু পৰিচয়ৰ সকলো বাধা অতিক্ৰম কৰা কীৰ্তনত নিজকে বিলীন কৰক। এই সৰু সৰু মুহূৰ্তবোৰতে বৃন্দাবনৰ যাদু অনুভৱ কৰিব পাৰি। প্ৰভাতী প্ৰাৰ্থনা, অচিনাকি মানুহৰ হাঁহি, প্ৰাচীন মন্দিৰৰ কাষেৰে পাৰ হৈ যোৱা গোধনৰ আভাস। বহু লোকে এই পবিত্ৰ ভূমিত ভৰি দিয়াৰ পূৰ্বে আশীৰ্বাদ লাভ কৰে।

Tags: KrishnaTempleVrindaban

Related Posts

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত
Top News

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

February 5, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

February 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 5, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026

শীৰ্ষ সংবাদ

প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

চীনৰ স্থান ল’ব ভাৰতে! শুল্ক হ্ৰাসৰ পিছতেই আমেৰিকাই দিলে আন এক ভাল খবৰ, পানীৰ দৰে ডলাৰ খৰচ কৰিব নেকি ট্ৰাম্পে?

আজিও শ্ৰীকৃষ্ণই বিচৰণ কৰে নেকি বৃন্দাবনত? জানক ৰহস্যময়ী জীৱন্ত নগৰীৰ এই সত্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025