• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এসময়ৰ সুন্দৰী ৱাহিদা ৰহমানৰ ছবিৰ এটি দৃশ্য, যিটো দৃশ্য আঁতৰাব খুজিছিল চেন্সৰ ব’ৰ্ডে

Nation NE by Nation NE
October 28, 2024
in Top News, বিনোদন
0 0
এসময়ৰ সুন্দৰী ৱাহিদা ৰহমানৰ ছবিৰ এটি দৃশ্য, যিটো দৃশ্য আঁতৰাব খুজিছিল চেন্সৰ ব’ৰ্ডে
Share on FacebookShare on TwitterWhatsApp

৯০ দশকৰ এগৰাকী সুন্দৰী অভিনেত্ৰী হিচাপে ৱাহিদা ৰহমানৰ নাম শীৰ্ষত আছিল। তেওঁৰ সুন্দৰতাৰ লগতে উৎকৃষ্ট অভিনয়েও দৰ্শকক যথেষ্ট আপ্লুত অৱশ্যে এটা সময় আছিল, যেতিয়া এটা গীতৰ বাবে বিতৰ্কত সাঙোৰ খাইছিল সুন্দৰী ৱাহিদা ৰহমানৰ নাম।

ৱাহিদা ৰহমানক অতীতৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতে সেই সময়ৰ আটাইতকৈ ধুনীয়া অভিনেত্ৰীৰ ভিতৰত গণ্য কৰা হৈছিল। তেওঁ বহু ছুপাৰহিট ছবি কৰিছে, যাৰ গীত এতিয়াও মানুহৰ ওঁঠত আছে। ইয়াৰে এটা গীত হৈছে ‘চৌধ্বিন কা চান্দ’।

অৱশ্যে এই গীতটো যেতিয়া চিত্ৰগ্ৰহণ কৰা হৈছিল, তেতিয়া ৱাহিদা ৰহমানৰ বাবেই ইয়াৰ দৃশ্যৰ কেইছেকেণ্ডমান আঁতৰাবলৈ ওলাইছিল, কিন্তু শেষত গীতটো ঠিক তেনেদৰেই মুক্তি পালে।

ৱাহিদা ৰহমানৰ সৈতে এই গীতটিৰ মুখ্য অভিনেতা আছিল গুৰু দত্ত। এই গীতটোৰ শ্বুটিঙৰ বাবে এটা ভয়ংকৰ চেট নিৰ্মাণ কৰা হৈছিল। ৱাহিদা ৰহমানে কপিল শৰ্মাৰ অনুষ্ঠানত এই গীতটোৰ দৃশ্য আঁতৰোৱাৰ কথা প্ৰকাশ কৰিছিল।

অভিনেত্ৰীগৰাকীয়ে কয় যে, গুৰু দত্তই এই গীতটোক অতি বিশেষ কৰি তুলিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁও বহুত কষ্ট কৰিছিল।

‘Chaudhvin ka chand’ ছবিখনৰ টাইটেল ট্ৰেক আছিল, গীতটো সম্পূৰ্ণ ৰেডি হৈছিল যদিও গুৰু দত্তই বিচাৰিছিল এই গীতটো ৰঙীনভাৱে মুক্তি পাওক। ইয়াৰ বাবে এই গীতটো পুনৰ ৰচনা কৰে। যাৰ বাবে এই গীতটো পুনৰ চেঞ্চৰ ব’ৰ্ডলৈ প্ৰেৰণ কৰা হয়। যদিও আগৰ গীতটোক কোনো সমস্যা নোহোৱাকৈ চেঞ্চৰ ব’ৰ্ডে চাৰ্টিফিকেট দিছিল, কিন্তু ৰঙীনভাৱে মুক্তি পোৱাৰ লগে লগে ৱাহিদা ৰহমানৰ এটা দৃশ্য আঁতৰোৱাৰ কথা পোহৰলৈ আহিব ধৰে।

গীতটোৰ কোনটো দৃশ্য আছিল সেইটো?

গীতটোত ৱাহিদাৰ দৃশ্যৰ বিষয়ে সোধাত চেঞ্চৰ ব’ৰ্ডে কয় যে, এটা দৃশ্যত গুৰু দত্তলৈ চালে যথেষ্ট কামুক দেখা যায়। চেন্সৰ ব’ৰ্ডৰ পৰা এই কথা শুনাৰ পিছত গুৰু দত্তই আপত্তি প্ৰকাশ কৰি কয় যে, এই গীতটো স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ ওপৰত চিত্ৰগ্ৰহণ কৰা হৈছে, কিন্তু যদি দুয়োজন দৃশ্যটোত কোনো অমাৰ্জিত কামত লিপ্ত হৈ থকা নাই, তেন্তে আন কোনো দৃশ্যত কি সমস্যা হ’ব পাৰে। অভিনেতাজনৰ যুক্তিয়ে কাম কৰে আৰু কোনো অংশয়েই আঁতৰ নকৰাকৈ এই দৃশ্যটো মুক্তি পায়।

Tags: 90s MovieEntertainmentsWahida Rahman

Related Posts

‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025