• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মমতা চৰকাৰৰ ডাঙৰ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৃহ নিৰ্মাণ আঁচনিৰ ক্ষেত্ৰত বৈষম্যৰ অভিযোগ

Nation NE by Nation NE
November 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মমতা চৰকাৰৰ ডাঙৰ ঘোষণা,  কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৃহ নিৰ্মাণ আঁচনিৰ ক্ষেত্ৰত বৈষম্যৰ অভিযোগ
Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে, ৰাজ্য চৰকাৰক গৃহ নিৰ্মাণ আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূঁজিৰ কোনো প্ৰয়োজন নাই। আচলতে মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰে গৃহ নিৰ্মাণ আঁচনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি এনেদৰে ক্ষোভ প্ৰকাশ কৰে।

মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে, বিগত তিনি বছৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য গৃহ নিৰ্মাণ আঁচনিৰ বাবে কোনো ধৰণৰ পুঁজিৰ যোগান ধৰা নাই। এই আঁচনিখনত কেন্দ্ৰীয় চৰকাৰে ১০০ শতাংশ ধন প্ৰদান কৰে, কিন্তু এই আঁচনিৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি উল্লেখ কৰে।

ৰাজ্য চৰকাৰে ৪০ শতাংশ ধন দিয়ে, তথাপিও এই আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ ওপৰত বিভিন্ন চৰ্ত আৰোপ কৰে। কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি মমতাই কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি উল্লেখ কৰে যে, কেন্দ্ৰই ৰাজ্য চৰকাৰক উচিত ধন প্ৰদান নকৰে, কিন্তু নিশ্চিতভাৱে ইয়াৰ জৰিয়তে ৰাজনীতি কৰে।

মুখ্যমন্ত্ৰী মমতাই লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ সহায় অবিহনে বংগ চৰকাৰে ৫০ লাখৰো অধিক লোকৰ বাবে গৃহ নিৰ্মান কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমান বংগত ৩৬ লাখ মাটিৰ ঘৰ আছে, কিন্তু অতি সোনকালে সকলোৱে পকী ঘৰ লাভ কৰিব। লগতে তেওঁ কয় যে, ডিচেম্বৰ মাহত ১২ লাখ লোকৰ একাউণ্টলৈ ঘৰ নিৰ্মাণৰ বাবে ধন প্ৰেৰণ কৰিব। বাকী ২৪ লাখ ঘৰ ২-৩ বছৰৰ ভিতৰতে নিৰ্মাণ কৰিব।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, ৰাজ্য চৰকাৰৰ ধনেৰে নিৰ্মাণ কৰা গৃহবোৰ কেৱল ‘বাংলাৰ বাৰী’ নামেৰেহে পৰিচিত হ’ব।

মুখ্যমন্ত্ৰী মমতাই তেওঁৰ লক্ষ্মী ভাণ্ডাৰ যোজনা আঁচনিৰ প্ৰশংসা কৰি কয় যে, এই আঁচনিৰ অধীনত পাঁচ লাখ সাত হাজাৰ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে বছৰি ৬২৫ কোটি টকা অতিৰিক্ত ব্যয় কৰিব। ডিচেম্বৰৰ পৰা এই মহিলাসকলে ধন লাভ কৰিবলৈ আৰম্ভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে এই আঁচনিখনত যোগদানৰ বাবে প্ৰায় ২৪ হাজাৰ মহিলাই আবেদন কৰিছে।

Tags: Central GovermentMamata BanerjeeWest Bengal

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025