• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মমতা চৰকাৰৰ ডাঙৰ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৃহ নিৰ্মাণ আঁচনিৰ ক্ষেত্ৰত বৈষম্যৰ অভিযোগ

Nation NE by Nation NE
November 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মমতা চৰকাৰৰ ডাঙৰ ঘোষণা,  কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৃহ নিৰ্মাণ আঁচনিৰ ক্ষেত্ৰত বৈষম্যৰ অভিযোগ
Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে, ৰাজ্য চৰকাৰক গৃহ নিৰ্মাণ আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূঁজিৰ কোনো প্ৰয়োজন নাই। আচলতে মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰে গৃহ নিৰ্মাণ আঁচনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি এনেদৰে ক্ষোভ প্ৰকাশ কৰে।

মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে, বিগত তিনি বছৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য গৃহ নিৰ্মাণ আঁচনিৰ বাবে কোনো ধৰণৰ পুঁজিৰ যোগান ধৰা নাই। এই আঁচনিখনত কেন্দ্ৰীয় চৰকাৰে ১০০ শতাংশ ধন প্ৰদান কৰে, কিন্তু এই আঁচনিৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি উল্লেখ কৰে।

ৰাজ্য চৰকাৰে ৪০ শতাংশ ধন দিয়ে, তথাপিও এই আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ ওপৰত বিভিন্ন চৰ্ত আৰোপ কৰে। কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি মমতাই কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি উল্লেখ কৰে যে, কেন্দ্ৰই ৰাজ্য চৰকাৰক উচিত ধন প্ৰদান নকৰে, কিন্তু নিশ্চিতভাৱে ইয়াৰ জৰিয়তে ৰাজনীতি কৰে।

মুখ্যমন্ত্ৰী মমতাই লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ সহায় অবিহনে বংগ চৰকাৰে ৫০ লাখৰো অধিক লোকৰ বাবে গৃহ নিৰ্মান কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমান বংগত ৩৬ লাখ মাটিৰ ঘৰ আছে, কিন্তু অতি সোনকালে সকলোৱে পকী ঘৰ লাভ কৰিব। লগতে তেওঁ কয় যে, ডিচেম্বৰ মাহত ১২ লাখ লোকৰ একাউণ্টলৈ ঘৰ নিৰ্মাণৰ বাবে ধন প্ৰেৰণ কৰিব। বাকী ২৪ লাখ ঘৰ ২-৩ বছৰৰ ভিতৰতে নিৰ্মাণ কৰিব।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, ৰাজ্য চৰকাৰৰ ধনেৰে নিৰ্মাণ কৰা গৃহবোৰ কেৱল ‘বাংলাৰ বাৰী’ নামেৰেহে পৰিচিত হ’ব।

মুখ্যমন্ত্ৰী মমতাই তেওঁৰ লক্ষ্মী ভাণ্ডাৰ যোজনা আঁচনিৰ প্ৰশংসা কৰি কয় যে, এই আঁচনিৰ অধীনত পাঁচ লাখ সাত হাজাৰ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে বছৰি ৬২৫ কোটি টকা অতিৰিক্ত ব্যয় কৰিব। ডিচেম্বৰৰ পৰা এই মহিলাসকলে ধন লাভ কৰিবলৈ আৰম্ভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে এই আঁচনিখনত যোগদানৰ বাবে প্ৰায় ২৪ হাজাৰ মহিলাই আবেদন কৰিছে।

Tags: Central GovermentMamata BanerjeeWest Bengal

Related Posts

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025