• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ১২ বছৰৰ মূৰত টেষ্ট শৃংখলাৰ বাবে ভাৰতলৈ আহিব ৱেষ্ট ইণ্ডিজ

      Nation NE by Nation NE
      March 22, 2025
      in Top News, ক্ৰীড়া
      0 0
      ১২ বছৰৰ মূৰত টেষ্ট শৃংখলাৰ বাবে ভাৰতলৈ আহিব ৱেষ্ট ইণ্ডিজ
      Share on FacebookShare on TwitterWhatsApp

      ১২ বছৰৰ মূৰত ভাৰত ভ্ৰমণলৈ আহিব ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল। ৱেষ্ট ইণ্ডিজ দলটোৱে অক্টোবৰ মাহত ভাৰতৰ বিৰুদ্ধে দুখন টেষ্ট মেচৰ শৃংখলা খেলিব। এই শৃংখলাৰ পিছতে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট, এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব।

      বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয় যে ২ অক্টোবৰৰ পৰা মোহালীত প্ৰথমখন টেষ্ট আৰু ১০ অক্টোবৰৰ পৰা কলকাতাত দ্বিতীয়খন টেষ্টত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব।

      ৱেষ্ট ইণ্ডিজে শেষবাৰৰ বাবে ভাৰতত টেষ্ট শৃংখলা খেলিছিল ২০১৩-১৪ চনত। সেইখন আছিল শচীন টেণ্ডুলকাৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ। কেৰিবিয়ান দলটোৱে শেষবাৰৰ বাবে ২০২২ চনত ভাৰত ভ্ৰমণ কৰিছিল আৰু সেইবাৰ তিনিখন এদিনীয়া আৰু সম সংখ্যক টি-২০ মেচৰ শৃংখলা খেলিছিল।

      ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পিছত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচৰ শৃংখলা খেলিব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট দিল্লীত আৰু দ্বিতীয়খন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ’ব।

      উল্লেখ্য যে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ।

      Tags: IndiaTest SeriesWest Indies

      Related Posts

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…
      Top News

      July 25, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 25, 2025
      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
      Top News

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      July 24, 2025
      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      শীৰ্ষ সংবাদ

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

      চৰকাৰী ভূমিৰ লগতে মহাবিদ্যালয়ৰ নামত আৱন্তিত ভূমিও বেদখল সন্দেহজনক লোকৰ

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist