• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ওকালতি নিষিদ্ধ! অৱসৰৰ পিছত কি কৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলে?

Nation NE by Nation NE
November 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ওকালতি নিষিদ্ধ! অৱসৰৰ পিছত কি কৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলে?
Share on FacebookShare on TwitterWhatsApp

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে দেওবাৰে অৱসৰ গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশৰ পদৰ পৰা দেওবাৰে আনুষ্ঠানিকভাৱে অৱসৰ ল’লেও মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ শুকুৰবাৰৰ দিনটো আছিল কৰ্মজীৱনৰ অন্তিম দিন।

সোমবাৰে তেওঁৰ উত্তৰাধিকাৰী হিচাপে মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব ন্যায়াধীশ সঞ্জীৱ খান্নাই।

এতিয়া সাধাৰণ লোকৰ মনত অহা এটা প্ৰশ্ন অৱসৰৰ পিছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ভূমিকা কি হয়? ইমান বছৰ ন্যায়পালিকাৰ লগত জড়িত হৈ থকাৰ পাছত বিভিন্ন গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পিছত- অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশসকলে কি কৰে?

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কৰ্তব্য হৈছে ন্যায় ৰক্ষা কৰা আৰু সংবিধান ৰক্ষা কৰা। কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁলোকে দেশৰ আন কোনো আদালতত ওকালতি কৰিব নোৱাৰে। এই কথা সংবিধানত উল্লেখ আছে।

সংবিধানৰ ১২৪(৭) অনুচ্ছেদ অনুসৰি মুখ্য ন্যায়াধীশে অৱসৰৰ পিছত আইন চৰ্চা কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য। ন্যায়িক ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা অটুট ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তত অৱসৰৰ পিছতো ন্যায়াধীশসকলৰ নিৰপেক্ষ ভাবমূৰ্তি যাতে প্ৰভাৱিত নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

ন্যায়পালিকাৰ গণতন্ত্ৰৰ স্তম্ভ হিচাপে গণ্য কৰা হয়। ন্যায়পালিকাই দেশৰ প্ৰতিটো ক্ষেত্ৰতে ন্যায় নিশ্চিত কৰে। সাধাৰণ মানুহৰো ন্যায়পালিকাৰ ওপৰত বিভিন্ন মাত্ৰাৰ আস্থা আছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে যদি পুনৰ ওকালতি আৰম্ভ কৰে তেন্তে তেওঁলোকৰ বিভিন্ন বিচাৰক লৈ জনসাধাৰণে সন্দেহ কৰাৰ সম্ভাৱনা আছে। সেইবাবেই অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে ওকালতি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

যদিহে অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে যুক্তি আগবঢ়ায়, তেন্তে সেই তথ্য আন আইনী গোচৰত ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকে। ফলত মুখ্য ন্যায়াধীশসকলক অৱসৰৰ পিছত ওকালতি কৰাত সাংবিধানিকভাৱে বাধা দিয়া হৈছে।

অৱসৰৰ পিছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ কি ভূমিকা হয়?

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে আইন চৰ্চা কৰিব নোৱাৰিলেও আইনী ব্যৱস্থাৰ আন কেইবাটাও ক্ষেত্ৰত কাম কৰিব পাৰে। উদাহৰণস্বৰূপে, অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলক বিভিন্ন গোচৰত প্ৰায়ে ‘আৰ্বিট্ৰেটৰ’ বা আদালতে নিযুক্তি দিয়া মধ্যস্থতাকাৰী হিচাপে দেখা যায়।

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশসকলে মানৱ অধিকাৰ আয়োগ বা আন যিকোনো আয়োগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা দেখা যায়। বা ৰাষ্ট্ৰীয় পৰিবেশ আদালতত কৰ্তব্য পালন কৰা দেখা যায়। যিকোনো চৰকাৰী সমিতিত নিযুক্তি দিব পাৰিব। ইয়াৰ উপৰি ৰাজ্যপাল হিচাপেও সাংবিধানিক কৰ্তব্য পালন কৰা দেখা গৈছে।

Tags: Chief Justice of IndiaDY Chandrachud

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025