• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জয় শ্বাহৰ পিছত কোন হ’ব BCCIৰ সচিব? দৌৰৰ পৰা বাহিৰ ৰোহন জেটলী

Nation NE by Nation NE
November 19, 2024
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
জয় শ্বাহৰ পিছত কোন হ’ব BCCIৰ সচিব? দৌৰৰ পৰা বাহিৰ ৰোহন জেটলী
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহে অহা ৩০ নৱেম্বৰত বিচিচিআইৰ সচিব হিচাপে কাৰ্যকাল সমাপ্ত কৰিব আৰু ১ ডিচেম্বৰত আইচিচিৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

ক্ৰিকেট মহলত চলা চৰ্চা অনুসৰি শ্বাহৰ বিদায়ৰ পিছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ পুত্ৰ ৰোহন জেটলীয়ে বিচিচিআইৰ পৰৱৰ্তী সচিব হিচাপে দায়িত্ব ল’ব। কিন্তু এতিয়া এই চৰ্চাৰ ওৰ পৰিছে।

বৰ্তমান দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ (ডিডিচিএ) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৰোহন জেটলীয়ে। কিন্তু তেওঁ পুনৰবাৰ দ্বিতীয় কাৰ্যকালৰ বাবে দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ অধ্যক্ষৰ বাবে মনোনয়ন দাখিল কৰিছে। অৰ্থাৎ মনোনয়ন দাখিলৰ লগে লগে এতিয়া স্পষ্ট হৈ পৰিছে যে তেওঁ বিচিচিআইৰ নতুন সচিব পদৰ দৌৰত নাই।

উল্লেখ্য যে, যোৱা কিছু মাহৰ পৰা তেওঁ বিচিচিআইৰ নতুন সচিব হ’ব পাৰে বুলি বিভিন্ন সংবাদ মাধ্যমত খবৰ ওলাইছিল। কিন্তু এতিয়া মনোনয়ন দাখিল কৰি তেওঁ নতুন বিচিচিআই সচিবক লৈ হোৱা আলোচনাৰ অন্ত পেলাইছে।

ইফালে ৰোহন জেটলীৰ উপৰি কীৰ্তি আজাদেও ডিডিচিএৰ নতুন অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিছে। ১৩ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ ফলাফল ১৬ ডিচেম্বৰত ঘোষণা কৰা হ’ব। যোৱা নির্বাচনত ৰোহন জেটলীয়ে ১৫৫৮টা ভোটত জয়লাভ কৰিছিল।

নিৰ্বাচনৰ পূৰ্বে ৰোহন জেটলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কীৰ্তি আজাদে ডিডিচিএত বহু দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল।

আনহাতে, বিচিচিআইৰ সচিব হিচাপে জয় শ্বাহৰ ঠাইত গুজৰাট ক্ৰিকেট সন্থাৰ সচিব অনিল পেটেলৰ নাম চৰ্চাত আহিছে। ৰোহন জেটলীয়ে এই পদৰ পৰা আঁতৰি অহাৰ পিছত এতিয়া অনিল পেটেলৰ নাম শীৰ্ষত।

Tags: #BCCIBCCI SecretaryJay ShahSecretary

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025