• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাজেট ২০২৪ : সলনি হ’ব নেকি নতুন কৰ ব্যৱস্থা; কেনেকৈ লাভান্বিত হ’ব আপুনি?

Nation NE by Nation NE
July 11, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বাজেট ২০২৪ : সলনি হ’ব নেকি নতুন কৰ ব্যৱস্থা; কেনেকৈ লাভান্বিত হ’ব আপুনি?

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

অহা ২৩ জুলাইত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰিব ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট। ইয়াৰ বাবে তেওঁ ভাৰতীয় উদ্যোগখণ্ডৰ বিভিন্ন অৰ্থনীতিবিদ, বাণিজ্যিক অংশীদাৰসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে।

দেশৰ কৰদাতাসকলে দীৰ্ঘদিন ধৰি নতুন কৰ ব্যৱস্থাত পৰিবৰ্তনৰ দাবী কৰি আহিছে। এই ক্ষেত্ৰত বিত্ত মন্ত্ৰীগৰাকীয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰিবলগীয়া বাজেট ত নতুন কৰ ব্যৱস্থাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিবৰ্তন ঘটায় তাৰ বাবে অপেক্ষাত আছে দেশৰ প্ৰতিগৰাকী নাগৰিক।

উল্লেখ্য যে, ২০২০ চনৰ ১ ফেব্ৰুৱাৰিত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২০ বৰ্ষৰ বাজেট উত্থাপন কৰিছিল। য’ত নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তনকে ধৰি গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছিল। পুৰণি কৰ গাঁথনি সলনি কৰা আৰু কৰদাতাসকলৰ ওপৰত থকা কৰৰ বোজা হ্ৰাস কৰাৰ লক্ষ্যৰে নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। যাৰ বাবে চৰকাৰে এই ব্যৱস্থাক পুৰণি কৰ ব্যৱস্থাতকৈ উন্নতমানৰ বুলি ঘোষণা কৰিছে। ইয়াক ৰেহাই কৰ ব্যৱস্থা বুলিও কোৱা হয়।

২০২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা, চৰকাৰে নতুন কৰ ব্যৱস্থাক ডিফল্ট কৰি তুলিছে, অৰ্থাৎ যদিহে কোনো ব্যক্তিয়ে কোনো কৰ প্ৰণালী বাছনি নকৰে, তেন্তে তেওঁ স্বয়ংক্ৰিয়ভাৱে নতুন কৰ প্ৰণালীত অন্তৰ্ভুক্ত হ’ব।

অৱশ্যে বহুতো কৰ্মচাৰীয়ে এইচ আৰ এ ৰেহাই, ৮০ চি কৰ্তন আদি প্ৰাপ্ত কৰিবলৈ পুৰণি কৰ ব্যৱস্থা বাছনি কৰিছে। এই নতুন কৰ ব্যৱস্থাত, পুৰণি কৰ প্ৰণালীৰ অধীনত প্ৰদান কৰা সুবিধাবোৰৰ লাভালাভ উপলব্ধ নহয়।

বিগত কেইটামান বৰ্ষৰ পৰা, চৰকাৰে এন পি এছ আৰু নতুন ব্যক্তিগত কৰ ব্যৱস্থাৰ প্ৰসাৰ বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। জানিবলৈ পোৱা মতে, চৰকাৰে এই বছৰৰ সাধাৰণ বাজেটতো এনেধৰণৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

বৰ্তমান, ধাৰা ৮০ চিচিডি(১ বি)ৰ অধীনত ৫০,০০০ টকাৰ স্বেচ্ছামূলক অৱদানে পুৰণি ব্যৱস্থাৰ অধীনত অতিৰিক্ত কৰ কৰ্তনৰ সুবিধা লাভ কৰে। কিন্তু নতুন কৰ ব্যৱস্থাত এনে কোনোধৰণৰ সুবিধা নাই।

সূত্ৰ অনুসৰি, চৰকাৰে এই সাধাৰণ বাজেটত নতুন কৰ প্ৰণালীৰ অধীনত কৰ কৰ্তনৰ অনুমতি দিয়াৰ বিষয়ে বিবেচনা কৰিব। ই কৰদাতাসকলক অতিৰিক্ত কৰ কৰ্তনৰ সুবিধা প্ৰদান কৰিব। লগতে, অৱসৰৰ পৰিকল্পনাত অধিক বিনিয়োগত সহায় কৰিব। এইটোৱে নতুন কৰ প্ৰণালীক যথেষ্টখিনি উৎসাহিত কৰিব।

Tags: Budget SessionIncome TaxNirmala SitharamanTax Payers

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025