• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্ব মানচিত্ৰৰ পৰা ইৰাণক মচি পেলাব নেকি আমেৰিকাই?

Nation NE by Nation NE
July 30, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বিশ্ব মানচিত্ৰৰ পৰা ইৰাণক মচি পেলাব নেকি আমেৰিকাই?
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পেনচিলভেনিয়াত নিৰ্বাচনী সমাৱেশৰ সময়ত ভাষণ দি থকা আক্ৰমণৰ বলি হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত ইৰাণৰ ষড়যন্ত্ৰ বুলি জানিবলৈ পোৱা গৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে তেওঁৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত  উল্লেখ কৰে যে, যদি ইৰাণৰ এই ষড়যন্ত্ৰ সচাঁ বুলি প্ৰমাণিত হয়, তেন্তে আমেৰিকান নেতাসকলে ইৰাণ বিৰুদ্ধে যেন কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। যদি তেওঁলোকে তেনেকুৱা নকৰে, তেনেহলে, সমগ্ৰ বিশ্ব সন্মুখত তেওঁলোকক কাপুৰুষ বুলি গণ্য কৰা হ’ব।

লগতে ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইয়াকো কয় যে, যদিহে ইৰানে তেওঁক হত্যা কৰে,  তেন্তে আমেৰিকাই বিশ্ব মানচিত্ৰৰ পৰা ইৰাণক নি:শেষ কৰা উচিত।

খবৰ অনুসৰি, ট্ৰাম্পৰ এক ৰেলীত এজন আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে। যাৰ ফলত তেওঁ আঘাত প্ৰাপ্ত হয় লগতে এজন লোক নিহত হয় আৰু আহত হয় দুগৰাকীকৈ লোক। অৱশ্যে এই আক্ৰমণত ইৰাণৰ ষড়যন্ত্ৰৰ কোনো নিশ্চত তথ্য প্ৰকাশ পোৱা নাই।

ইফালে ইৰাণেও তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ অস্বীকাৰ কৰিছে।

উল্লেখ্য যে, ইৰাণ আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে। ট্ৰাম্পে ২০১৮ চনত ইৰাণ আৰু আমেৰিকাৰ মাজত স্বাক্ষৰিত JCPAO চুক্তি বাতিল কৰি ইৰাণৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। আমেৰিকাৰ এই নিষেধাজ্ঞাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছিল ইৰাণৰ অৰ্থনৈতিক অৱস্থা।

উল্লেখ্য যে, ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণত ইৰাণৰ কাছিম ছুলেইমানিৰ মৃত্যুৰ পাছত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজৰ দূৰত্ব বৃদ্ধি পাই দূৰত্ব। ছুলেইমানিৰ মৃত্যু সন্দৰ্ভত ট্ৰাম্পৰ বিৰুদ্ধে আন্তৰ্জাতিক আদালতত গোচৰ চলোৱাৰ দাবী তুলিছিল  ইৰাণৰ প্ৰয়াত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰৈইচীয়ে।ইৰাণ চৰকাৰে ছুলেইমানিৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ কেইবাবাৰো ভাবুকি প্ৰদান কৰিছিল।

২০২২ চনৰ জানুৱাৰী মাহত ইৰাণৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে ট্ৰাম্পৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতত গোচৰ ৰুজু কৰিবলৈ দাবী জনায় আৰু এনে নকৰিলে ট্ৰাম্প আৰু তেওঁৰ প্ৰশাসনৰ সদস্যসকলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰো হুংকাৰ দিয়ে। যাৰ বাবে এই আক্ৰমণ সন্দৰ্ভত ইৰাণৰ ষড়যন্ত্ৰ বুলি সন্দেহ কৰা হৈছে।

ইফালে, এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যায়াহুয়ে শ্বেয়াৰ কৰা এক বাৰ্তাৰ পিছতেই ট্ৰাম্পে ইৰাণলৈ ভাবুকি দি কয় যে, আক্ৰমণৰ আঁৰত ইৰাণ জড়িত থকা বুলি প্ৰমাণিত হলেই লোৱা হ’ব এক্সন।অৱশ্যে ট্ৰাপৰ ওপৰত চলা আক্ৰমণত সঁচাকৈ ইৰাণ জড়িত হয় নে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

Tags: ElectionIranUnited State

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026
পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025