• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 9, 2026
27 °c
Guwahati
28 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নাৰী সদায়েই বন্দিত, সদায়েই পূজিত; আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালনৰ প্ৰয়োজনীয়তা

Nation NE by Nation NE
March 8, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
নাৰী সদায়েই বন্দিত, সদায়েই পূজিত; আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালনৰ প্ৰয়োজনীয়তা
Share on FacebookShare on TwitterWhatsApp

নাৰী তুমি অনন্যা

নাৰী তুমি মহিয়সী

নাৰী ঈশ্বৰৰ এক সুন্দৰ সৃষ্টি

নাৰী মানেই প্ৰকৃতি আৰু প্ৰকৃতি মানেই পৃথিৱী। নাৰী হৈছে শক্তিৰ প্ৰতীক, সহনশীলতাৰ প্ৰতীক আৰু সৃষ্টিৰ মূল আধাৰ। নাৰীৰ সন্মান, সুৰক্ষা আৰু অধিকাৰ সুনিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব। সাহস আৰু প্ৰেৰণাৰ এক মূৰ্তমান প্ৰতীক হৈছে নাৰী। নাৰী অবিহনে জীৱনৰ কল্পনা কৰাটো যথেষ্ট কঠিন। পৃথিৱীৰ সকলো মহান ব্যক্তিয়ে এগৰাকী নাৰীৰ গৰ্ভৰ পৰাই জন্ম লাভ কৰে আৰু সেইসকল মহান লোকে এগৰাকী নাৰীৰ পৰাই গ্ৰহণ কৰে তেওঁলোকৰ জীৱনৰ প্ৰাৰম্ভিক শিক্ষা।

ন মাহ ১০ দিন ধৰি অশেষ কষ্ট আৰু যন্ত্ৰণাৰ জৰিয়তে পৃথিৱী দিপ্তীময় কৰা প্ৰতিগৰাকী নাৰীৰ সমান অধিকাৰ আৰু সবলীকৰণৰ জৰিয়তে নাৰীৰ প্ৰতি অগাধ সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্য সমগ্ৰ বিশ্বতে নাৰী দিৱস পালন কৰা হয়। গতিকে নাৰী দিৱস উদযাপন কৰাটো হৈছে নিজৰ জীৱনৰ প্ৰতিগৰাকী মহিলাৰ প্ৰতি কৃতজ্ঞতা অনুভৱ কৰাৰ এক উপায়।

বিশ্বায়নৰ যুগত নাৰীয়ে বৰ্তমান লিংগ বৈষম্যতাৰ তথাকথিত বেহু ফালি সমাজত নিজকে সগৌৰৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। নাৰীক কেতিয়াও দুৰ্বল বুলি ভাৱিব নালাগে। নাৰী যেতিয়া জাগি উঠে , তেতিয়া কিছুমান মুখাপিন্ধা ভদ্ৰলোকৰ প্ৰকৃত স্বৰূপ ওলাই পৰে। নাৰী হৈছে শক্তিৰ প্ৰতীক, সহনশীলতাৰ প্ৰতীক আৰু সৃষ্টিৰ মূল আধাৰ। নাৰীয়ে মানৱ সভ্যতা-সংস্কৃতি, সমাজ জীৱন তথা ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাৰ অগ্ৰণী চালিকাশক্তি। নাৰীশক্তিৰ অপৰিসীম অৱদানে আমাৰ সমাজক, আমাৰ দেশক যুগে যুগে মহিমামণ্ডিত কৰি আহিছে। নাৰী হৈছে মৰম, সাহস, ধৈৰ্য আৰু ত্যাগৰ প্ৰতীক। এগৰাকী নাৰীয়ে মাতৃ, ভগ্নী, কন্যা বা পত্নী হিচাপে নিজৰ মৰম আৰু যত্নেৰে পৰিয়াল আৰু সমাজক আগবঢ়াই লৈ যায়।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (IWD) হৈছে প্ৰতি বছৰে ৮ মাৰ্চত মহিলা অধিকাৰ আন্দোলনৰ কেন্দ্ৰবিন্দু হিচাপে পালন কৰা এক বিশ্বব্যাপী বন্ধৰ দিন, য’ত লিংগ সমতা, প্ৰজনন অধিকাৰ, আৰু নাৰীৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতনৰ দৰে বিষয়সমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা হয়। ১৯১০ চনৰ আগষ্ট মাহত কোপেনহেগেনত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সন্মিলনত জাৰ্মানীৰ আগশাৰীৰ সমাজবাদী লুইজ জিট্জ আৰু ক্লাৰা জেটকিনে সম অধিকাৰৰ প্ৰসাৰৰ কৌশল হিচাপে বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়। ১৯১৪ চনত ইউৰোপত ৮ মার্চ দিনটোত যুদ্ধৰ বিৰুদ্ধে আৰু সমগ্ৰ বিশ্বৰ নাৰী সমাজৰ প্ৰতি সহমর্মিতাৰে নাৰী দিৱস পালন কৰা হৈছিল বুলি তথ্য পোৱা যায়।

২০২৬ চনৰ নাৰী দিৱসৰ বিষয়বস্তু হৈছে- Rights, Justice and Action For All Man. আজিৰ দিনটোতে বিশ্বই একত্ৰিত হৈ নাৰী সকলক বাধা অতিক্ৰম কৰি জীৱনৰ সকলো ক্ষেত্ৰতে ইমান প্ৰচণ্ড উন্নতি সাধন কৰাৰ সাহসৰ শলাগ লয়।

Tags: EmpowermentInternationalWomen

Related Posts

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

March 9, 2026
ছৌদি আৰৱত ক্ষেপণাস্ত্ৰ আক্ৰমণ, নিহত ২গৰাকীৰ ভিতৰত এজন ভাৰতীয়; ১২ জন আহত

ইৰাণত ক’লা বৰষুণৰ সতৰ্কবাণী! প্ৰতি টোপাল বৰষুণে ক্ষতি কৰিব পাৰে মানৱ শৰীৰত…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 9, 2026

শীৰ্ষ সংবাদ

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

ছৌদি আৰৱত ক্ষেপণাস্ত্ৰ আক্ৰমণ, নিহত ২গৰাকীৰ ভিতৰত এজন ভাৰতীয়; ১২ জন আহত

ইৰাণত ক’লা বৰষুণৰ সতৰ্কবাণী! প্ৰতি টোপাল বৰষুণে ক্ষতি কৰিব পাৰে মানৱ শৰীৰত…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025