• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজ্যত অতি শীঘ্ৰে আৰম্ভ হ’ব ৮০,০০০ কোটি টকাৰ পথ প্ৰকল্পৰ কাম : নীতিন গাডকাৰী

Nation NE by Nation NE
February 26, 2025
in Top News, BIG BREAKING, অসম
0 0
ৰাজ্যত অতি শীঘ্ৰে আৰম্ভ হ’ব ৮০,০০০ কোটি টকাৰ পথ প্ৰকল্পৰ কাম : নীতিন গাডকাৰী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

অসমৰ পথ-যোগাযোগ আন্তঃগাঁথনি উন্নয়নৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত অতি শীঘ্ৰে ৮০,০০০ কোটি টকাৰ পথ প্ৰকল্পৰ কাম আৰম্ভ হ’ব। বুধবাৰে এই কথা জানিবলৈ দিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে।

গুৱাহাটীত ২৫ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা এডভাণ্টেজ আছাম ২.০ৰ দ্বিতীয় দিনা ভাৰ্চুৱেলী অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে মোৰ ১৫ বছৰীয়া কাৰ্যকালত অৰ্থাত ২০২৯ চনলৈ অসমত ৩ লাখ কোটি টকাৰ কাম সম্পূৰ্ণ হ’ব।

নতুনকৈ আৰম্ভ হ’বলগীয়া প্ৰকল্প সমূহৰ ভিতৰত প্ৰধানতঃ গুৱাহাটী ৰিং ৰোড, ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে সুৰংগ পথ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলিভেটেড কৰিডৰ প্ৰকল্প অন্যতম বুলি উল্লেখ কৰে গাডকাৰীয়ে।

‘ইতিমধ্যে ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম ৰাজ্যখনত চলি আছে আৰু আন কেইবাটাও প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পথত’, এই কথা জনাই পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে।

উল্লেখ্য যে, ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এডভাণ্টেজ আছাম ২.০ৰ প্ৰথম দিনটোতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে অসমত ৫০ হাজাৰ-৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি ঘোষণা কৰিছে।

ইয়াৰ উপৰি টাটা গ্ৰুপেও ৰাজ্যখনত বৃহত বিনিয়োগ কৰাৰ ঘোষণা কৰিছে। আনহাতে এডভাণ্টেজ আছাম ২.০ৰ দ্বিতীয় দিনটোত জি ভি আৰে ২০০০০ কোটি টকা বিনিয়োগ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই বিনিয়োগৰ জৰিয়তে অসমত ৰামোজি ফিল্ম চিটিতকৈও উন্নতমানৰ ফিল্ম চিটি নিৰ্মাণ কৰা হ’ব।

Tags: #AssamAdvantage Assam 2.0Nitin GadkariRoad Projects

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025

শীৰ্ষ সংবাদ

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025