• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
28 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিশ্বৰ ৫ টা গুৰুত্বপূৰ্ণ খবৰ

      Nation NE by Nation NE
      March 22, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      বিশ্বৰ ৫ টা গুৰুত্বপূৰ্ণ খবৰ
      Share on FacebookShare on TwitterWhatsApp
      • ৫ এপ্ৰিলত শ্ৰীলংকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কে এই তথ্য প্ৰদান কৰে। তথ্য অনুসৰি, সংসদত দিয়া ভাষণত দিছনায়েকে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ তাৰিখ ঘোষণা কৰে। বিদেশ মন্ত্ৰী বিজিতা হেৰাথে বিগত সপ্তাহত ঘোষণা কৰিছিল যে, ৰাষ্ট্ৰপতি দিছানায়েকেৰ দিল্লী ভ্ৰমণৰ সময়ত হোৱা চুক্তিসমূহ চূড়ান্ত কৰিবলৈ ২০২৪ চনত কলম্বো ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
      • আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক মন্তব্য কৰে যে, তেওঁৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে যুদ্ধ পৰিকল্পনা তেওঁৰ উপদেষ্টা ইলন মাস্কৰ সৈতে ভাগ কৰিব নালাগে। ট্ৰাম্পৰ এই বক্তব্যক প্ৰশাসনত কোটিপতি উদ্যোগীজনৰ ব্যাপক ভূমিকা সীমিত কৰাৰ সংকেত হিচাপে দেখা গৈছে। অ’ভেল অফিচ (ৰাষ্ট্ৰপতিৰ কাৰ্যালয়)ত এখন নতুন যুদ্ধ বিমান নিৰ্মাণৰ সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকৰ সময়ত ট্ৰাম্পে এই মন্তব্য কৰে। চীনৰ সৈতে আমেৰিকাই কেনেদৰে কাল্পনিক যুদ্ধ কৰিব সেই বিষয়ে মাস্কক অৱগত কৰা হ’ব বুলি প্ৰকাশ পোৱা বাতৰিক তেওঁ নাকচ কৰে।
      • বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে শুকুৰবাৰে কয় যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল (আৱামী লীগ) ৰাজনীতিত উভতি অহাত তেওঁলোকৰ কোনো আপত্তি নাই, যদিহে দলটো নিকা নেতৃত্বৰ অধীনলৈ আহে। এই বক্তব্য এনে এটা সময়ত প্ৰকাশ কৰিছে, যেতিয়া এদিন পূৰ্বে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে স্পষ্ট কৰি দিছিল যে আৱামী লীগ নিষিদ্ধ কৰাৰ কোনো পৰিকল্পনা নাই। ৰাজধানী ঢাকাৰ এখন দলীয় অনুষ্ঠানত বিএনপিৰ মুখপাত্ৰ তথা জ্যেষ্ঠ যুটীয়া সম্পাদক ৰুহুল কবীৰ ৰিজৱীয়ে কয় যে, যদি আৱামী লীগৰ নেতৃত্ব দিব পৰা ব্যক্তিজন কোনো অপৰাধত দোষী নহয়, ছাত্ৰ-ছাত্ৰীক হত্যা কৰা নাই, বা বিদেশত ধন আত্মসাৎ বা লুণ্ঠন কৰা নাই, তেন্তে উক্ত দলটোৱে ৰাজনীতি কিয় কৰিব নোৱাৰে।
      • ইজৰাইলৰ শীৰ্ষ আদালতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তা সেৱা সংস্থা শ্বিন বেটৰ মুৰব্বীক বৰ্খাস্ত কৰাৰ সিদ্ধান্তত সাময়িকভাৱে বাধা প্ৰদান কৰে। আদালতে কয় যে, শ্বিন বেটৰ মুৰব্বী ৰনেন বাৰৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো তেওঁৰ আবেদনৰ শুনানি নোহোৱালৈকে স্থগিত ৰখা হ’ব। শ্বিন বেটৰ মুৰব্বী পদৰ পৰা ৰ’নেনক বৰ্খাস্ত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কৰা অনুৰোধত নেতান্যায়াহুৰ কেবিনেটে অনুমোদন জনোৱাৰ কিছু ঘণ্টাৰ পিছতেই উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত লয়। আদালতে জনায় যে, ৰনেনৰ বৰ্খাস্ত ৮ এপ্ৰিললৈকে স্থগিত ৰখা হৈছে, এই সময়ছোৱাত তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।
      • পাকিস্তানত অবৈধভাৱে বসবাস কৰা আফগান নাগৰিকসকলৰ উভতি অহাৰ প্ৰক্ৰিয়া অবিৰতভাৱে চলি আছে। ২০ মাৰ্চলৈকে ৮ লাখৰো অধিক লোকক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। এজন বিষয়াই জনোৱা অনুসৰি, পাকিস্তান চৰকাৰে ৩১ মাৰ্চৰ সময়সীমা নিৰ্ধাৰণ কৰিছে, যাৰ অধীনত অবৈধ বাসিন্দা আৰু আফগান নাগৰিক কাৰ্ডধাৰীয়ে দেশ এৰি যাব লাগিব। ইয়াৰ অধীনত এতিয়ালৈকে ৮,৭৪,২৮২ আফগানক পাকিস্তানৰ পৰা ঘূৰাই পঠিওৱা হৈছে। সন্ত্ৰাসবাদৰ সৈতে জড়িত উদ্বেগৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
      Tags: IranTrumpWorld news

      Related Posts

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      শীৰ্ষ সংবাদ

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist