• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্বৰ ৫ টা গুৰুত্বপূৰ্ণ খবৰ

Nation NE by Nation NE
March 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বিশ্বৰ ৫ টা গুৰুত্বপূৰ্ণ খবৰ
Share on FacebookShare on TwitterWhatsApp
  • ৫ এপ্ৰিলত শ্ৰীলংকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কে এই তথ্য প্ৰদান কৰে। তথ্য অনুসৰি, সংসদত দিয়া ভাষণত দিছনায়েকে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ তাৰিখ ঘোষণা কৰে। বিদেশ মন্ত্ৰী বিজিতা হেৰাথে বিগত সপ্তাহত ঘোষণা কৰিছিল যে, ৰাষ্ট্ৰপতি দিছানায়েকেৰ দিল্লী ভ্ৰমণৰ সময়ত হোৱা চুক্তিসমূহ চূড়ান্ত কৰিবলৈ ২০২৪ চনত কলম্বো ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক মন্তব্য কৰে যে, তেওঁৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে যুদ্ধ পৰিকল্পনা তেওঁৰ উপদেষ্টা ইলন মাস্কৰ সৈতে ভাগ কৰিব নালাগে। ট্ৰাম্পৰ এই বক্তব্যক প্ৰশাসনত কোটিপতি উদ্যোগীজনৰ ব্যাপক ভূমিকা সীমিত কৰাৰ সংকেত হিচাপে দেখা গৈছে। অ’ভেল অফিচ (ৰাষ্ট্ৰপতিৰ কাৰ্যালয়)ত এখন নতুন যুদ্ধ বিমান নিৰ্মাণৰ সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকৰ সময়ত ট্ৰাম্পে এই মন্তব্য কৰে। চীনৰ সৈতে আমেৰিকাই কেনেদৰে কাল্পনিক যুদ্ধ কৰিব সেই বিষয়ে মাস্কক অৱগত কৰা হ’ব বুলি প্ৰকাশ পোৱা বাতৰিক তেওঁ নাকচ কৰে।
  • বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে শুকুৰবাৰে কয় যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল (আৱামী লীগ) ৰাজনীতিত উভতি অহাত তেওঁলোকৰ কোনো আপত্তি নাই, যদিহে দলটো নিকা নেতৃত্বৰ অধীনলৈ আহে। এই বক্তব্য এনে এটা সময়ত প্ৰকাশ কৰিছে, যেতিয়া এদিন পূৰ্বে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে স্পষ্ট কৰি দিছিল যে আৱামী লীগ নিষিদ্ধ কৰাৰ কোনো পৰিকল্পনা নাই। ৰাজধানী ঢাকাৰ এখন দলীয় অনুষ্ঠানত বিএনপিৰ মুখপাত্ৰ তথা জ্যেষ্ঠ যুটীয়া সম্পাদক ৰুহুল কবীৰ ৰিজৱীয়ে কয় যে, যদি আৱামী লীগৰ নেতৃত্ব দিব পৰা ব্যক্তিজন কোনো অপৰাধত দোষী নহয়, ছাত্ৰ-ছাত্ৰীক হত্যা কৰা নাই, বা বিদেশত ধন আত্মসাৎ বা লুণ্ঠন কৰা নাই, তেন্তে উক্ত দলটোৱে ৰাজনীতি কিয় কৰিব নোৱাৰে।
  • ইজৰাইলৰ শীৰ্ষ আদালতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তা সেৱা সংস্থা শ্বিন বেটৰ মুৰব্বীক বৰ্খাস্ত কৰাৰ সিদ্ধান্তত সাময়িকভাৱে বাধা প্ৰদান কৰে। আদালতে কয় যে, শ্বিন বেটৰ মুৰব্বী ৰনেন বাৰৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো তেওঁৰ আবেদনৰ শুনানি নোহোৱালৈকে স্থগিত ৰখা হ’ব। শ্বিন বেটৰ মুৰব্বী পদৰ পৰা ৰ’নেনক বৰ্খাস্ত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কৰা অনুৰোধত নেতান্যায়াহুৰ কেবিনেটে অনুমোদন জনোৱাৰ কিছু ঘণ্টাৰ পিছতেই উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত লয়। আদালতে জনায় যে, ৰনেনৰ বৰ্খাস্ত ৮ এপ্ৰিললৈকে স্থগিত ৰখা হৈছে, এই সময়ছোৱাত তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।
  • পাকিস্তানত অবৈধভাৱে বসবাস কৰা আফগান নাগৰিকসকলৰ উভতি অহাৰ প্ৰক্ৰিয়া অবিৰতভাৱে চলি আছে। ২০ মাৰ্চলৈকে ৮ লাখৰো অধিক লোকক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। এজন বিষয়াই জনোৱা অনুসৰি, পাকিস্তান চৰকাৰে ৩১ মাৰ্চৰ সময়সীমা নিৰ্ধাৰণ কৰিছে, যাৰ অধীনত অবৈধ বাসিন্দা আৰু আফগান নাগৰিক কাৰ্ডধাৰীয়ে দেশ এৰি যাব লাগিব। ইয়াৰ অধীনত এতিয়ালৈকে ৮,৭৪,২৮২ আফগানক পাকিস্তানৰ পৰা ঘূৰাই পঠিওৱা হৈছে। সন্ত্ৰাসবাদৰ সৈতে জড়িত উদ্বেগৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
Tags: IranTrumpWorld news

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025