• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ এইখন জিলাত আছে বিশ্বৰ আটাইতকৈ দুখীয়া পৰিয়াল; বছৰি উপাৰ্জন কিমান জানক….

Nation NE by Nation NE
October 1, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ এইখন জিলাত আছে বিশ্বৰ আটাইতকৈ দুখীয়া পৰিয়াল; বছৰি উপাৰ্জন কিমান জানক….
Share on FacebookShare on TwitterWhatsApp

মধ্য প্ৰদেশৰ সাগৰ জিলাৰ পৰা আহিছে এক আশ্বৰ্যকৰ খবৰ। ইয়াৰ মহকুমাধিপতি কাৰ্যালয়ত দাখিল কৰা এটা পৰিয়ালৰ এখন আয়ৰ প্ৰমাণ পত্ৰই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰা পৰিয়ালটোৰ বাৰ্ষিক আয় মাত্ৰ ২ টকা বুলি উল্লেখ কৰা হৈছে।

এই ঘটনাটো সাগৰ জিলাৰ বাণ্ডা মহকুমাৰ। এই প্ৰমাণ পত্ৰখনত বিভাগীয় বিষয়াই স্বাক্ষৰ কৰাও স্পষ্টকে দেখা পোৱা গৈছে। এই ঘটনাই সকলোকে স্তম্ভিত কৰি তোলাৰ লগতে প্ৰশ্ন উত্থাপন কৰিছে যে সঁচাকৈয়ে এটা পৰিয়াল ইমান দুখীয়া হ’ব পাৰে নে?

ইতিমধ্যে এই সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ পিছত তদন্তৰ নিৰ্দেশ দিয়া হৈছে যাতে সঠিক তথ্য নিশ্চিত কৰিব পৰা যায়।

২০২৪ চনৰ জানুৱাৰী মাহত এই আয়ৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল। এই প্ৰমাণ পত্ৰত সমগ্ৰ পৰিয়ালটোৰ আয় মাত্ৰ দুটকা বুলি দেখুওৱা হৈছে। এই কথা পোহৰলৈ আহে যেতিয়া সোমবাৰে এই প্ৰমাণ পত্ৰৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

এই প্ৰমাণ পত্ৰখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে ৰাইজৰ মাজত আলোড়নৰ সৃষ্টি হয় আৰু ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰে। বহুতে ইয়াক প্ৰশাসনৰ অৱহেলা বুলি গণ্য কৰাৰ বিপৰীতে একাংশই প্ৰশ্ন কৰিছে যে সঁচাকৈয়ে ইমান কম উপাৰ্জনেৰে এটা পৰিয়াল জীয়াই থাকিব পাৰিবনে?

উল্লেখ্য যে, এই ঘটনা স্থানীয় প্ৰশাসনৰ বাবে প্ৰত্যাহ্বান ৰূপত থিয় দিছে, যিটো এতিয়া অতি শীঘ্ৰে সমাধান কৰাৰ প্ৰয়োজন আছে।

Tags: Income CertificateMadhya PradeshPoorest Family

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025