• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুৰ্ভিক্ষৰ খৰাং পথাৰত হেৰাই যোৱা চীন আজি বিশ্বৰ এখন শক্তিশালী দেশ; শূণ্যৰ পৰা আৰম্ভ কৰি ৪০ বছৰত চীনে চুলে আকাশ

Nation NE by Nation NE
July 31, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দুৰ্ভিক্ষৰ খৰাং পথাৰত হেৰাই যোৱা চীন আজি বিশ্বৰ এখন শক্তিশালী দেশ; শূণ্যৰ পৰা আৰম্ভ কৰি  ৪০ বছৰত চীনে চুলে আকাশ
Share on FacebookShare on TwitterWhatsApp

চুবুৰীয়া ৰাষ্ট্ৰ চীন ইমান বেছি শক্তিশালী আৰু ধনবান কেনেদৰে হ’ল আপোনাৰ বাৰু জানিবলৈ মন নায়ায় নে? এটা সময়ত দুৰ্ভিক্ষৰ খৰাং পথাৰত হেৰাই যাব ধৰা চীন আজি হঠাৎ কেনেদৰে হৈ পৰিল বিশ্বৰ এখন শক্তিশালী দেশ। আজিৰ তাৰিখত বিশ্বৰ ৰাজনীতি, অৰ্থনীতি সকলোতে চীন হৈ পৰিছে এখন শক্তিশালী দেশ।

আনকি, আমেৰিকাৰ দৰে বিশ্বৰ সৰ্ববৃহৎ শক্তিয়েও মানি লৈছে চীনৰ গুৰুত্ব আৰু ক্ষমতাক। চীনৰ এই অদ্ভুত উত্থানৰ আঁৰৰ ইতিহাস আমি সকলোৱে জনাটো প্ৰয়োজন।

চীনত এটা সময়ত যদিও ইংৰাজে প্ৰত্যক্ষভাৱে শাসন কৰিব পৰা নাছিল তথাপি কানিৰ ব্যৱসায়ৰ জৰিয়তে চীনৰ বহুলোকক এক প্ৰকাৰে পংগু কৰি তুলিছিল ইংৰাজে। কিছু পলমকৈ হ’লেও এই কথা উপলব্ধি কৰিবলৈ সক্ষম হৈছিল চীনৰ ৰাজতন্ত্ৰই।

প্ৰথম বিশ্বযুদ্ধৰ ভয়াবহতা মাৰ নাযাওঁতে দ্বিতীয় বিশ্বযুদ্ধই মানৱ জাতিক পুনৰ এক ভয়াবহ সন্ধিক্ষণৰ মাজত থিয় কৰাইছিল। সেই সময়ত চীন আৰু জাপানৰ মাজত বিভিন্ন বিষয়ক লৈ চলি আছিল মত পাৰ্থক্য। চীনৰ দুৰ্বলতাৰ সুযোগ লৈ জাপানে আৰম্ভ কৰিছিল চীন দখলৰ অভিযান।

দ্বিতীয় বিশ্বযুদ্ধত হিৰোচিমা-নাগাচাকিৰ ভয়াবহ পতনৰ পিছতে জাপান হৈ পৰিছিল সৰ্বশ্ৰান্ত। জাপানৰ বিৰুদ্ধে যুদ্ধ দিয়া চীনৰ এইয়া আছিল সোণোৱালী সময়।

ইয়াৰ পিছতে চীনত আৰম্ভ হৈছিল গৃহযুদ্ধৰ। ভয়ংকৰ গৃহযুদ্ধৰ ফলত চীনত লাখ-লাখ লোক স্বৰ্গগামী হৈছিল।

তাৰ পিছতে চীনত আৰম্ভ হৈছিল মাও জে ডুঙৰ নেতৃত্ব। এক নতুন শাসন ব্যৱস্থাৰ মাও জে ডুঙৰ বিৰোধিতা কৰাসকলে আশ্ৰয় লৈছিল চীনৰ পূৱ প্ৰান্তত এটা বৃহৎ দ্বীপত। যাক আমি বৰ্তমান টাইৱান বুলি জানো।

মাও জে ডুং একপ্ৰকাৰে শ্বৈৰতন্ত্ৰক বিশ্বাস কৰা এজন নেতা আছিল। মাও জে ডুঙৰ নেতৃত্বত চীনত আৰম্ভ হৈছিল এক ৰক্তাত্ব বিপ্লৱৰ। সেই সময়ত চীনত কৃষকে কৃষি কৰিছিল যদিও লাভ কৰা নাছিল মুনাফা। আনকি, চীনৰ লোকে ভয়াবহ সংকটত দিন কটাবলগীয়া হৈছিল।

পৰৱৰ্তী সময়ত ১৯৭৬ চনত চীনৰ সেই সময়ৰ নেতা মাও জে ডুঙৰ মৃত্যু হয়। মাও জে ডুঙৰ মৃত্যুৰ পিছত চীনৰ শাসনলৈ আহিছিল ডেং জিয়াওপিং। ডেং ক্ষমতাৰ সময়খিনিক চীনৰ বিপ্লৱৰ সময় বুলি কোৱা হয়। কিয়নো এই সময়খিনিত চীনৰ সংস্কাৰ আৰু দেশৰ সমাজতান্ত্ৰিক বজাৰ অৰ্থনীতিৰ বিকাশৰ জৰিয়তে নেতৃত্ব দিছিল।

Tags: #AssamChinaFamous countryPowerful country

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025