• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৫০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ এলভিছ যাদৱ, ভাৰতী সিঙসহ ৫ গৰাকীলৈ চমন

Nation NE by Nation NE
October 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
৫০০ কোটি টকাৰ জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ এলভিছ যাদৱ,  ভাৰতী সিঙসহ ৫ গৰাকীলৈ চমন
Share on FacebookShare on TwitterWhatsApp

বিগ বছ অ’টিটি ২ বিজয়ী আৰু বিখ্যাত ইউটিউবাৰ এলভিছ যাদৱৰ বিষয়ে ডাঙৰ খবৰ ওলাইছে। নতুন  দিল্লী আৰক্ষীয়ে ৫০০ কোটি টকাৰ জালিয়াতিৰ সৈতে জড়িত এপ-আধাৰিত কেলেংকাৰীৰ সন্দৰ্ভত ইউটিউবাৰ এলভিছ যাদৱক মাতি পঠিয়ায়।

দিল্লী আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, এলভিছ যাদৱ, বিখ্যাত কৌতুক অভিনেত্ৰী ভাৰতী সিং আৰু আন তিনিজন শিল্পীকো এই গোচৰত মাতি পঠোৱা হৈছে। এগৰাকী আৰক্ষী বিষয়াৰ মতে, এই ঘটনাৰ সৈতে ৫০০ ৰো অধিক অভিযুক্ত জড়িত হৈ আছে।

দিল্লী আৰক্ষীৰ মতে, ছ’চিয়েল মিডিয়াৰ কেইবাগৰাকী প্ৰভাৱশালী ব্যক্তি তথা জনপ্ৰিয় ইউটিউবাৰে তেওঁলোকৰ নিজ নিজ পৃষ্ঠাত HIBOX মোবাইল এপ্লিকেশ্বনৰ প্ৰচাৰ কৰিছিল। একে সময়তে, সাধাৰণ দৰ্শক তথা তেওঁলোকৰ অনুৰাগীসকলক এই এপটোৰ জৰিয়তে বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰা হৈছিল।

এই ঘটনাৰ মূল অভিযুক্ত শিৱৰাম (৩০)ক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনায়। অভিযোগ অনুসৰি, সৌৰভ যোশী, অভিষেক মালহান, পূৰৱ ঝা, এলভিছ যাদৱ, ভাৰতী সিং, হৰ্ষ লিম্বাচিয়া, লক্ষ্য চৌধুৰী, আদৰ্শ সিং, অমিত আৰু দিলৰাজ সিং ৰাৱাটকে ধৰি কেইবাজনো ছ’চিয়েল মিডিয়া প্ৰভাৱশালী ব্যক্তি তথা ইউটিউবাৰে এই এপটোৰ প্ৰচাৰ কৰে আৰু ইয়াৰ জৰিয়তে সাধাৰণ জনতাক বিনিয়োগ কৰিবলৈ উৎসাহ যোগায়।

আৰক্ষী উপায়ুক্ত (আইএফএছঅ’ বিশেষ কোষ) হেমন্ত তিৱাৰীয়ে কৈছে- HIBOX হৈছে এটা মোবাইল এপ্লিকেচন, যিটো এক পৰিকল্পিত কেলেংকাৰীৰ অংশ। এই এপৰ জৰিয়তে অভিযুক্তজনে প্ৰতিদিনে নিশ্চিত ধনৰাশিৰ ১ৰ পৰা ৫ শতাংশ,  ১মাহত ৩০ শতাংশৰ পৰা ৯০ শতাংশলৈ উভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। এই এপটো ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল আৰু ইয়াত ৩০,০০০ ৰো অধিক লোকে ধন বিনিয়োগ কৰিছিল।

প্ৰথম ৫ মাহত, বিনিয়োগকাৰীসকলেও যথেষ্টখিনি লাভালাভ অৰ্জন কৰিছিল। অৱশ্যে, জুলাই ২০২৪ৰ পৰা, এই এপটোৱে কাৰিকৰী ত্ৰুটি, আইনী সমস্যা, জিএছটি সমস্যাৰ দৰে কাৰণ উল্লেখ কৰি পৰিশোধ বন্ধ কৰি দিছিল। ডিচিপিয়ে কৈছিল যে, অভিযুক্ত কোম্পানীবোৰ উত্তৰ প্ৰদেশৰ নয়ডাত তেওঁলোকৰ কাৰ্যালয় বন্ধ কৰাৰ পিছত অদৃশ্য হৈ গৈছিল। মাষ্টাৰমাইণ্ড শিৱৰামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁৰ চাৰিটা বেলেগ বেলেগ বেংক একাউণ্টৰ পৰা প্ৰায় ১৮ কোটি টকা জব্দ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Tags: Cyber CrimeYoutubeYoutube Fame

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025