• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সকলো অনুৰাগীকে সামাজিক মাধ্যমত কি কৰিবলৈ আহ্বান জনালে জুবিন গাৰ্গৰ পত্নী গৰিমাই?

Nation NE by Nation NE
October 11, 2025
in Top News, অসম
0 0
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Share on FacebookShare on TwitterWhatsApp

আজিও জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত লোকাৰণ্য পৰিৱেশ। ২৩ ছেপ্তেম্বৰৰ পৰাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ ভিন্নস্থানৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ সকলো ওলাই আহিছে।

১০ অক্টোৱৰৰ নিশা হঠাৎ সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ। ইয়াৰ পিছতে সমাধিক্ষেত্ৰত এক আৱেগিক পৰিৱেশ বিৰাজ কৰে। গৰিমা শইকীয়া গাৰ্গৰ সৈতে উপস্থিত সকলো জুবিন অনুৰাগীয়ে সমস্বৰে গায় ‘মায়াৱিনী ৰাতিৰ বুকুত’।

ইয়াৰ পিছতে সমাধিক্ষেত্ৰত স্বামীক স্মৰণ কৰি উচুপি উঠে পত্নী গৰিমা। অনুৰাগীৰ জুবিনলৈ অভূতপূৰ্ব মৰম দেখি আবেগিক হৈ পৰে গৰিমা গাৰ্গ।

ৰাইজৰ ওচৰত সেৱা প্ৰাৰ্থনাৰে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উল্লেখ কৰে গৰিমাই। জুবিনৰ ন্যায়ৰ যুঁজত অংশীদাৰ হ’বলৈ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ পত্নী গৰিমাই কান্দি-কান্দি জুবিন গাৰ্গৰ বাবে বিচাৰিলে ন্যায়। কান্দি কান্দি গৰিমাই কলে, ‘২২টা দিন পাৰ হ’ল,আচলতে কি হৈছিল আমি একোৱেই নাজানো’। সকলো জুবিন অনুৰাগীকে সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখিবলৈ আহ্বান জনালে গৰিমাই।

Tags: #JusticeForZubeenGarg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025