• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘সংযমী হৈ আছো, দুৰ্বল নহয়!’ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ক্ষোভ প্ৰকাশ…

Nation NE by Nation NE
December 21, 2025
in Top News, অসম
0 0
‘সংযমী হৈ আছো, দুৰ্বল নহয়!’ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ক্ষোভ প্ৰকাশ…
Share on FacebookShare on TwitterWhatsApp

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়লৈ বহু বাকী। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট ১২ ডিচেম্বৰত CJM আদালতত এছ আই টি (SIT) য়ে দাখিল কৰিছিল। (SIT) য়ে আদালতত দাখিল কৰা চাৰ্জশ্বীটত আছে ৩,৫০০ পৃষ্ঠাৰ নথি-পত্ৰ সংলগ্ন হৈ আছে। এই দিনটোলৈ সমগ্ৰ অসমৱাসীয়ে অপেক্ষা কৰি আছিল।

ইয়াৰ মাজতে সামাজিক মাধ্যমত বহু কথাৰ উত্থাপন হৈছে। একাংশই আকৌ জুবিন পত্নী গৰিমা গাৰ্গৰ স্থিতিক লৈও বহু প্ৰশ্ন কৰা দেখা গৈছে। যাৰ বাবে অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। বহুলোকে আৰু জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰতো বহু প্ৰশ্ন উত্থাপন কৰিছে। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে জুবিন গাৰ্গৰ ভগ্নীৰ লগতে পৰিয়ালবৰ্গ।

জুবিন গাৰ্গৰ পামী বৰঠাকুৰে সামাজিক মাধ্যমত লিখিছে,

‘এই কথাখিনি লিখিবলৈ বাধ্য হৈছো কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ। যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে এইয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে মই বুজাত অপাৰগ ’

‘আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ, পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে। জুবিন গাৰ্গৰ বিকল্প নাই, তাক বিচাৰিও লাভ নাই, কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি গ’ল সেই অলপ অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক, তেতিয়াহে অসম আৰু অসমীয়া বাচিব। জুবিন গাৰ্গে ন্যায় পাব’

‘গৰিমা গাৰ্গ এ Chargesheet খন লৈ সন্তুষ্ট হ’ল বুলি কেতিয়া ক’লে? তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক দিয়া Section আৰু sub-section কেইটা আমি ভাল পাইছো। Chargsheet আমি এতিয়ালৈকে পঢ়িবলৈ এ পোৱা নাই, যেতিয়া signature/seal মৰা copy পাম তেতিয়াহে পঢ়িম। সন্তুষ্টি – অসন্তুষ্টি ৰ কথা নাই ইয়াত। SIT, Honourable CM আৰু মহামান্য কৰ্ট ৰ ওপৰত আমাৰ আস্থা আছে আৰু এই আস্থাৰ মান ৰাখিব বুলিএ মানিছো। নিজৰ স্থিতিত অটল আছো’

লগতে তেওঁ লিখিছে-

‘গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ এই কাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ case টো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে investigation কৰাইছে, অসমত আৰু ছিংগাপুৰটো। আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে investigation কৰাই দ্বিমত generate কৰাই কিবা লাভ হব নিকি? ছিংগাপুৰ পুলিচৰ investigation report দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুইবাৰ একেই দিছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী ৰ তদন্তৰ পিছত যদি একেই থাকে তেতিয়া justice for Zubeen Garg হ’ব নে justice denied হ’ব? Guarantee কোনে দিব’

‘য়টত থকা ছিংগাপুৰ ৰ অসমীয়া কেইজন কোন ‘breed’ ৰ মই বুজি নেপালো, SIT আৰু স্বয়ং CM এ বাৰম্বাৰ মতাৰ পিছতো গোটেইকেইজন অসমলৈ নাহিল সহযোগ কৰিবলৈ। যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলা জনে অকল হাঁহিয়ে থাকিল মেডিয়াৰ আগত! জুবিন গাৰ্গৰ মৃত্যু কি তেঁওৰ কাৰনে হাস্যজনক? ইমান স্পৰ্ধা! য়তত থকা গোটেইকেইজন আদালতৰ কাঠগৰাত আহি আমাক সত্য কওক’

‘The Court will decide who is guilty and who is not based on facts and evidences, অভিযুক্তসকলক ‘ নিৰ্দোষী’ বুলি আগতেই অপপ্ৰচাৰ নচলাব। জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়, যি কুৰা জুই যোৱা তিনিমাহে জ্বলিছে তাৰ উত্তাপ আৰু বিষাদ তিলমানো কমা নাই, বৰঞ্চ বাঢ়িছেহে! আপোনালোকে নুবুজিব। কাৰণ আপোনালোকৰ জীৱন এতিয়া normalised হৈ গৈছে, ফূৰ্তি কৰিছে, reel বনাইছে, বদনাম গাইছে… কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ’ল এটা তাৰিখত!’

‘জুবিন গাৰ্গ অসমৰ কাৰনে আশীৰ্বাদ স্বৰূপে আহিছিল, আমি ভাগ্যবান! তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে, মানৱীয়তাৰ জৰিয়তে…. কিন্তু ৰাজনীতি কৰি নহয়।

Justice for Zubeen Garg প্ৰকৃত অনুৰাগী সকলেহে লিখিব, মুখা পিন্ধাবোৰে নহয়’

#JusticeForZubeenGarg

Tags: #JusticeForZubeenGarg

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025