• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 21, 2025
26 °c
Guwahati
26 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    আজি কাতি বিহু: ঘৰে-ঘৰে তুলসীৰ তলত জ্বলিব চাকি, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন চহাৰ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

Nation NE by Nation NE
September 19, 2025
in Top News, BIG BREAKING, অসম, ৰাষ্ট্ৰীয়
0 0
জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ
Share on FacebookShare on TwitterWhatsApp

কোটি-কোটি অনুৰাগীক কন্দুৱাই অজান দেশলৈ গুচি গ’ল হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অঁকাল বিয়োগত অসমবাসীৰ লগতে শোকস্তব্ধ হৈ পৰিছে বলিউড। আজি ছিংগাপুৰত স্কুবা ডাইভিং কৰি থকাৰ সময়তে অসুস্থ হৈ পৰা জুবিন গাৰ্গে পিছত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

জুবিন গাৰ্গৰ এই আকস্মিক মৃত্যু সহজভাৱে মানি ল’ব পৰা নাই বলিউডৰ তাৰকা কণ্ঠ শিল্পী তথা সংগীত পৰিচালক বিশাল ডাডলানী। সামাজিক মাধ্যমযোগে এটা প’ষ্ট শ্বেয়াৰ কৰি বিশাল ডাডলানীয়ে লিখিছে যে এই কথা বিশ্বাস কৰিব পৰা নাই। মোৰ মন-মগজু স্তব্ধ হৈ পৰিছে, মোৰ হৃদয় ভাঙি পৰিছে!

আনহাতে বলিউডৰ আন এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী আৰমান মালিকেও সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰিছে। তেওঁ জুবিন গাৰ্গৰ মৃত্যু বিশ্বাস কৰিব নোৱাৰা বুলি উল্লেখ কৰি আত্মাৰ চিৰশান্তি কামনা কৰে।

জুবিন গাৰ্গৰ সৈতে একেলগে বহু হিন্দী ছবিত কাম কৰা সংগীত পৰিচালক প্ৰীতমেও এই খবৰটো শুনি হতবাক হৈ পৰা বুলি উল্লেখ কৰিছে। জুবিন গাৰ্গৰ মৃত্যু অসমৰ লগতে সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।

এইসকল বলিউড তাৰকাৰ উপৰি অভিজিত সাৱান্ত, বিশাল মিশ্ৰাৰ লগতে আন বহু শিল্পীয়ে জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে।

Tags: Armaan MalikSingaporeVishal DadlaniZubeen Garg

Related Posts

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

October 21, 2025
আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

October 21, 2025
শ্বাসৰুদ্ধ হৈ পৰিছে দীপাৱলীত দিল্লীৰ বতাহ! বিষাক্ত কুঁৱলীলে আগুৰি ধৰিলে দিল্লীৰ আকাশ…
Top News

শ্বাসৰুদ্ধ হৈ পৰিছে দীপাৱলীত দিল্লীৰ বতাহ! বিষাক্ত কুঁৱলীলে আগুৰি ধৰিলে দিল্লীৰ আকাশ…

October 21, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

October 21, 2025
হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ
Top News

হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ

October 20, 2025

শীৰ্ষ সংবাদ

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

শ্বাসৰুদ্ধ হৈ পৰিছে দীপাৱলীত দিল্লীৰ বতাহ! বিষাক্ত কুঁৱলীলে আগুৰি ধৰিলে দিল্লীৰ আকাশ…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

হঠাৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ভাৰতীয় তাৰকাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025