• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

চৰকাৰী ভূমিৰ লগতে মহাবিদ্যালয়ৰ নামত আৱন্তিত ভূমিও বেদখল সন্দেহজনক লোকৰ

Nation NE by Nation NE
July 25, 2025
in Uncategorized
0 0
চৰকাৰী ভূমিৰ লগতে মহাবিদ্যালয়ৰ নামত আৱন্তিত ভূমিও বেদখল সন্দেহজনক লোকৰ
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যজুৰি অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ বৃহৎ উচ্ছেদৰ মাজতে চামগুৰিৰ ভিন্ন অঞ্চলত এতিয়া বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য। কিয়নো চামগুৰিত পোহৰলৈ আহিছে এখনৰ পিছত আনখনকৈ চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনৰ দৃশ্য।

চামগুৰিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খাটোৱাল মৌজাৰ গেৰুৱামুখ চৰকাৰী ভূমি বেদখল কৰি আছিল একাংশ সন্দেহজনক লোকে। গেৰুৱামুখ চৰকাৰী গেজিং ৰিজাৰ্ভৰ প্ৰায় ২৯২বিঘা ভূমিত ১৫০ৰো অধিক পৰিয়ালৰ বেদখল কৰি আছিল।

বৰ্তমান সময়ত প্ৰায় ১৫০টা পৰিয়ালে সৰু-ডাঙৰ কেচাঁ ঘৰ, পকা ঘৰ বনাই সেই ঠাইত এখন গাঁও পাতিছে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে তামোলৰ বাৰীও সাজিছে।

চৰকাৰী গেজিং ৰিজাৰ্ভত চামগুৰি মহাবিদ্যালয়ৰ নামত আৱন্তিত প্ৰায় ৪৬বিঘা ভূমিত বেদখল চলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। এই ভূমিত বিদ্যুতৰ সংযোগৰ লগতে চৰকাৰী আৱাস গৃহও আছে। পূৰ্বতে এই চৰকাৰী ৰিজাৰ্ভ খনত থকা গছ-গছনি কাটি তহিলং কৰি ঘৰ সাজিছে এইসকল লোকে। যাৰ ফলত বৰ্তমান অস্তিত্বৰ সংকটত পৰিছে অসমৰ খিলঞ্জীয়া লোক।

সেয়েহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই সমূহ চৰকাৰী ভূমিসমূহত চৰকাৰে উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ আহ্বান স্থানীয় খিলঞ্জীয়া ৰাইজে।

Tags: #Assamillegal immigrantsSamaguri

Related Posts

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025
ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ
Uncategorized

ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ

November 23, 2025
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

November 22, 2025
আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত
Uncategorized

আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত

November 18, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Uncategorized

‘বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই’, মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ

November 13, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025