• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Nation NE by Nation NE
September 24, 2025
in Uncategorized
0 0
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২৩ ছেপ্তেম্বৰ অৰ্থাত মঙলবাৰে অশ্ৰুশিক্ত নয়নেৰে বিদায় জনালে অসমবাসীৰ আপোন শিল্পী জুবিন গাৰ্গক। সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হোৱাৰ পিছতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে চি আই ডিয়ে।

ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত চি আই চিৰ দলে পৃথকে পৃথকে থানাসমূহত উপস্থিত হৈ তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ দাবীত ৰাজ্যজুৰি আৰম্ভ হোৱা প্ৰতিবাদৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে তদন্ত তন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে।

আজি কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, চিআইডি, মুখ্য সচিবৰ লগতে আন আন শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল।

এই বৈঠকৰ সময়তে মুখ্যমন্ত্ৰী শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধানক জুবিনৰ মৃত্যুৰ তদন্ত কৰিবলৈ এছ আই টি গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। টুইটযোগে এই কথা জনাই মুখ্যমন্ত্ৰী শৰ্মাই।

এই এছ আই টিৰ দলটোত অসম আৰক্ষীৰ সুদক্ষ বিষয়াক অন্তৰ্ভুক্ত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে কৰা প’ষ্টটোত এই আছ আই টিৰ দলটোক তদন্তৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ কথাও উল্লেখ কৰা হৈছে।

Tags: #AssamAssam GovtDGPHimanta Biswa SarmaSITZubeen Garg

Related Posts

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Uncategorized

February 17, 2026
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

February 12, 2026
পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

February 6, 2026
নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025