• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
19 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

Nation NE by Nation NE
July 25, 2025
in Uncategorized
0 0
RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…
Share on FacebookShare on TwitterWhatsApp

২০২৫ বৰ্ষৰ আই পি এলৰ চেম্পিয়ন দল RCBৰ এগৰাকী বেগী বলাৰৰ বিৰুদ্ধে জঘন্য কাণ্ডৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জয়পুৰৰ এগৰাকী কিশোৰীয়ে সংগনেৰ সদৰ থানাত খেলুৱৈগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।

কিশোৰীগৰাকীৰ অভিযোগমৰ্মে, খেলুৱৈজনে তেওঁক ক্ৰিকেটত কেৰিয়াৰ গঢ়ি তোলাৰ সপোন দেখুৱাইছিল, আৰু তাৰ পিছত দুবছৰ ধৰি অবিৰতভাৱে অপকৰ্ম সংঘটিত কৰি আহিছিল। অভিযোগ অতি গুৰুতৰ – কিয়নো  যেতিয়া প্ৰথমে এই কাণ্ড সংঘটিত হৈছিল তেতিয়া কিশোৰীজনী নাবালিকা আছিল। এই গোচৰত আৰক্ষীয়ে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

RCBৰ বেগী বলাৰ যশ দয়ালৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। সংগনেৰ সদৰ থানাৰ এছ অ’ অনিল জয়মানে জানিবলৈ দিয়া মতে, ভুক্তভোগীৰ বয়স সন্দৰ্ভত তথ্যচিত্ৰ পৰীক্ষণৰ কাম চলি আছে যদিও প্ৰাৰম্ভিক তদন্তৰ ভিত্তিত POCSO আইন আৰু ধাৰা ৩৭৬ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।আৰক্ষীয়ে ভুক্তভোগীৰ চিকিৎসা পৰীক্ষা কৰাইছে আৰু ম’বাইল চেট, কল ৰেকৰ্ডিং, হোটেলৰ চিচিটিভি ফুটেজ আদি গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰি আছে।

আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল এমাহৰ ভিতৰত যশৰ বিৰুদ্ধে ৰুজু হোৱা এইটোৱেই দ্বিতীয়টো অপকৰ্মৰ গোচৰ। ইয়াৰ পূৰ্বে ৮ জুলাইত গাজিয়াবাদৰ এগৰাকী যুৱতীয়ে যশৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভন দি জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

দুয়োটা গোচৰতে – গাজিয়াবাদ আৰু জয়পুৰত উত্থাপিত অভিযোগ অতি গুৰুতৰ। এফালে নাবালকৰ POCSO, আনফালে বিবাহৰ মিছা প্ৰতিশ্ৰুতি আৰু নিৰন্তৰ শাৰীৰিক শোষণ। বৰ্তমান আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী সময়ত প্ৰকৃত সত্য পোহৰলৈ আহিব।

Tags: #cricketIPLRCBSports

Related Posts

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025
ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ
Uncategorized

ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ

November 23, 2025
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

November 22, 2025
আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত
Uncategorized

আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত

November 18, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Uncategorized

‘বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই’, মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ

November 13, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025