• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

দেউতাবোৰ কিয় এনেকুৱা…

নিজেই নলয় সন্তানলৈ চোলাটো অনা ব্যক্তিজনেই হৈছে দেউতা...

Nation NE by Nation NE
June 16, 2024
in Uncategorized
0 0
FATHERS DAY

প্ৰতিনিধিত্বমূলক ছবি

Share on FacebookShare on TwitterWhatsApp

দেউতাবোৰ সঁচাই আচৰিত। ত্যাগৰ আন এটা প্ৰতীক দেউতাসকল। পিতৃ দিৱসৰ দিনাই সকলো পিতৃৰ বাবে আজিৰ এই লিখনি। খাবলৈ মন থাকে কিন্তু নাখায়। পকেটত থকা টকাখিনি খৰছ কৰাৰ আগতে এশবাৰ চিন্তা কৰে। মিছা কথা কয় দেউতাই। মই খালো…এয়া তোৰ বাবে আনিছোঁ। দিস্তা বহীটো কাইলৈ কিনিব লাগিব গতিকে আজি কলিতাৰ দোকানত লাল চাহকে খাও। দেউতাহঁতৰ চিন্তা এয়া সন্তানক লৈ। নিজেই ৪০টকীয়া স্পৰ্টিংটো পিন্ধি পুত্ৰ বা কন্যালৈ ৫০০টকীয়া কাপোৰ অনা লোকজনেই দেউতা। নিজেই ৰুটী দুখন খাই সন্ধিয়া এপোৱা আপেল, এপোৱা মাছ লৈ ঘৰলৈ অহা লোকজনেই হৈছে দেউতা। জন্মদিনটোৰ বাবে এমাহ আগৰ পৰাই শৰাই এখন দিবলৈ ধন জমা কৰা লোকজনেই হৈছে দেউতা। অটত সন্তানক তুলি দি নিজেই খোজকাঢ়ি কামলৈ যোৱা ব্যক্তিজনেই হৈছে দেউতা। কিবা এটা কষ্ট পালে তৰা নৰাকৈ দৌৰি অহা লোকজনেই হৈছে দেউতা। পুত্ৰ-কন্যাৰ কিবা এটা বেমাৰ হ’লে আটাইতকৈ নামী-দামী হাস্পতালখনত থ’বলৈ মন যোৱা লোকজনেই হৈছে দেউতা। কিবা দোষত দুটা কোব মাৰি দুখতে ভাত নোখোৱা ব্যক্তিজনেই হৈছে দেউতা। কিয় ইমান ত্যাগ কৰে এই দেউতা নামৰ মানুহজনে। সন্তান যদি কিবা এটা ভাল কৰি দেখুৱাই আটাইতকৈ সুখী হোৱা ব্যক্তিজনেই হৈছে দেউতা। যদিও জীৱন যুদ্ধত সন্তান পৰাস্ত হৈছে সান্তনা দিয়া প্ৰথমজন ব্যক্তিয়েই হৈছে দেউতা। পৰিৱেশ পৰিস্থিতিৰ সৈতে চলিবলৈ শিকোৱা প্ৰথমগৰাকী হেডমাষ্টৰ হৈছে দেউতা। ওৰে দিনটো কাম কৰি কিবা এটা ভাল বস্তু সন্তানলৈ নিয়াৰ বাবে হেঁপাহ কৰা লোকজনেই হৈছে দেউতা। মাতৃৰ মৰমৰ কোবৰ খোৱাৰ অভিযোগ দিয়াৰ পিছতে মৰমৰ গৰজনি দিয়া ব্যক্তিজনেই হৈছে দেউতা। দেউতা আছে যদি বজাৰৰ সকলোবোৰ পুতলাই মোৰ। দেউতা আছে যদি মীনা বজাৰৰ সেই আইচক্ৰীমবোৰো মোৰ। দেউতা আছে যদি কলিতা দাৰ দোকানত পোৱা লজন বোৰো মোৰ। লাখ লাখ সমস্যা, কিন্তু সমাধান এটাই, দেউতা। হাজাৰ হাজাৰ সমস্যা থাকিলেও কান্ধত হাত থৈ এবাৰ সোধে….চিন্তা নকৰিবি মই আছোঁ। এয়াই দেউতা। সঁচাই আচৰিত দেউতাবোৰ। নিজৰ ৰুচী পাহৰি যোৱা সন্তানৰ ৰুচীৰ বিষয়ে মনত ৰখা লোকজনেই হৈছে দেউতা। এইটো খাই সি বেয়া পায়, এইটো তাই নাখায় দিয়া বুলি বাক্যবোৰ কৈ সন্তানে ভালপোৱা বস্তুবোৰ লৈ অহা লোকজনেই হৈছে দেউতা। আপেল খাই ভালপোৱা দেউতাই নিজেই আপেল নাখাই সন্তানৰ বাবে লৈ যোৱা কৰ্ম কৰা লোকজনেই হৈছে দেউতা।

Tags: #fathersday

Related Posts

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Uncategorized

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ

February 17, 2026
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

February 12, 2026
পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

February 6, 2026
নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025