• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

আইচিচিৰ অনুষ্ঠানত কৰমৰ্দন নকৰে ভাৰত-পাকিস্তানে! ভাৰতীয় মহিলা দলৰ ডাঙৰ সিদ্ধান্ত…

Nation NE by Nation NE
October 2, 2025
in Uncategorized
0 0
আইচিচিৰ অনুষ্ঠানত কৰমৰ্দন নকৰে ভাৰত-পাকিস্তানে! ভাৰতীয় মহিলা দলৰ ডাঙৰ সিদ্ধান্ত…
Share on FacebookShare on TwitterWhatsApp

অহা ৫ অক্টোৱৰত এছিয়া কাপ ২০২৫ত ভাৰত বনাম পাকিস্তানৰ মাজত পুনৰ সংঘৰ্ষ হ’ব, পিছে এইবাৰ মহিলা ক্ৰিকেটতহে দুয়োটা দলৰ মাজত সংঘৰ্ষ হব।

এই আই চি চি মহিলা বিশ্বকাপ ২০২৫ মেচখনৰ আগত সকলোৱে ভাবিছে যে পুৰুষ দলৰ দৰে মহিলা দলটোৱেও পাকিস্তানী খেলুৱৈ আৰু পি চি বিৰ বিষয়াৰ সৈতে হাত মিলোৱাৰ পৰা বিৰত থাকিব নেকি? এই সন্দৰ্ভত ইতিমধ্যে এক ডাঙৰ খবৰ ওলাইছে।

এক সংবাদ মাধ্যমত বিচিচিআইৰ এজন বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে কয় যে, ব’ৰ্ডে চৰকাৰৰ মতে কাম কৰিব আৰু টছৰ সময়ত হেণ্ডশ্বেকৰ পৰম্পৰা নাথাকিব, মেচ ৰেফাৰীৰ সৈতে ফটোশ্বুটো নাথাকিব আৰু খেলৰ শেষত হেণ্ডশ্বেক নীতি নাথাকিব। পুৰুষৰ দলে যি কৰিলে, মহিলা দলেও সেই একেই কামেই কৰিব।

অহা ৫ অক্টোবৰত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু পাকিস্তান মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ খেলখন। পাকিস্তানে এই খেলপথাৰত নিজৰ সকলো মেচ খেলিব, আৰু যদি তেওঁলোকে ফাইনেলত প্ৰৱেশ কৰে, তেন্তে তাতেই খিতাপৰ বাবে ফাইনেল খেল অনুষ্ঠিত হ’ব।

আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ৫৯ ৰানত পৰাস্ত কৰে। বৰষুণৰ বাবে এই খেলখন ৪৭ অভাৰৰ বাবে আছিল, য’ত ভাৰতে ২৬৯ ৰান সংগ্ৰহ কৰে। শ্ৰীলংকাই ২১১ ৰানত অল আউট হয়। দীপ্তি শৰ্মাই ৫৩ ৰান সংগ্ৰহ কৰি তিনিটা উইকেট দখল কৰে। এই আকৰ্ষণীয় অল-ৰাউণ্ড প্ৰদৰ্শনৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।

Tags: ICCWomenWorld

Related Posts

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025
ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ
Uncategorized

ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ

November 23, 2025
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

November 22, 2025
আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত
Uncategorized

আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত

November 18, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Uncategorized

‘বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই’, মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ

November 13, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025