• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

ইজৰাইলৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ হামাছৰ, পণবন্দীক মুকলি কৰি দিয়াত নিষেধাজ্ঞা

Nation NE by Nation NE
February 11, 2025
in Uncategorized
0 0
ৰাছিয়াৰ বিৰুদ্ধে অভিযোগ! কোনে উত্থাপন কৰিছে এই অভিযোগ?
Share on FacebookShare on TwitterWhatsApp

যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰি গাজাত পৰৱৰ্তী পণবন্দী মুক্তিৰ ক্ষেত্ৰত ইজৰাইলে বাধা আৰোপ কৰিছে বুলি অভিযোগ উত্থাপন কৰে হামাছে। হামাছৰ সামৰিক শাখাৰ মুখপাত্ৰ আবু উবাইদাই কয় যে, শনিবাৰে অনুষ্ঠিত হ’বলগীয়া পণবন্দীক মুক্তিৰ সময়ত পলম হ’ব। তেওঁলোকে কয় যে, ইজৰাইলে যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰিছে।

হামাছৰ এই ঘোষণাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে, হামাছে পৰৱৰ্তী সময়ত পণবন্দীসকলক মুকলি কৰি দিয়াত পলম কৰাত যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰিছে।

গাজাৰ প্ৰতিটো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ আৰু ইজৰাইল সম্প্ৰদায়ৰ জনসাধাৰণক সুৰক্ষা দিবলৈ ইজৰাইলী সেনাক নিৰ্দেশ দিছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই।

হামাছৰ সামৰিক শাখাৰ মুখপাত্ৰ আবু উবাইদাই কয় যে, ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা যুদ্ধবিৰতিৰ পিছতো ইজৰাইলে উত্তৰ গাজাত স্থানচ্যুত পেলেষ্টাইনীসকলক ঘূৰি আহিবলৈ দিয়াত পলম কৰিছে, গাজাত সামৰিক আক্ৰমণ চলাইছে আৰু গাজাবাসীক লক্ষ্য কৰি লৈছে। লগতে সাহায্য সামগ্ৰীৰ যোগান অঞ্চলটোত প্ৰৱেশ বন্ধ কৰি দিয়া হয়।

তেওঁ কয় যে, বিগত তিনি সপ্তাহ ধৰি যুদ্ধবিৰতি বহুলাংশে চলি আহিছে, যদিও ইজৰাইলৰ গুলীত পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ প্ৰাণহানিৰ ঘটনা সংঘটিত হৈছে৷

১৯ জানুৱাৰীৰ পৰা যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছত হামাছে প্ৰথম পৰ্যায়ত ৩৩ জন পণবন্দীক মুকলি কৰি দিয়ে। বিনিময়ত ইজৰাইলে মাৰাত্মক আক্ৰমণৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকাসকলৰ পৰা আৰম্ভ কৰি যুদ্ধৰ সময়ত আটক কৰি বিনা অভিযোগত ৰখা পেলেষ্টাইনীলৈকে শ শ বন্দী আৰু বন্দীক মুকলি কৰি দিয়ে।

বিগত মাহত কাটাৰত স্বাক্ষৰিত চুক্তিৰ অধীনত সোমবাৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ আলোচনা আৰম্ভ হ’বলগীয়া আছিল। ইয়াৰ পূৰ্বে সোমবাৰে হামাছ পৰিচালিত গাজা চৰকাৰৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ে কয় যে, ইজৰাইলে যুদ্ধবিৰতি চুক্তিৰ অধীনত আশ্ৰয় শিবিৰৰ সামগ্ৰী প্ৰৱেশৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে।

অৱশ্যে ইজৰাইলে এই অভিযোগক মিছা আখ্যা দি নাকচ কৰিছে। লগতে হামাছ আৰু ইজৰাইলৰ চুক্তিখনৰ প্ৰথম পৰ্যায়ৰ সময়ত চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি কাৰ্যকৰী হ’বলৈ ১৫ মাহতকৈ অধিক সময় লোৱা যুদ্ধবিৰতি স্থায়ী হ’ব নেকি সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।

Tags: GAZAHamasIsrael

Related Posts

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Uncategorized

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ

February 17, 2026
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

February 12, 2026
পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

February 6, 2026
নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025