• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

আজি মণিপুৰক লৈ কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

মণিপুৰৰ বাবে কি কি কৰিছে চৰকাৰে?

Nation NE by Nation NE
July 3, 2024
in উত্তৰ পূৱ, Top News, মণিপুৰ
0 0
আজি মণিপুৰক লৈ কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?
Share on FacebookShare on TwitterWhatsApp

আজি সদনত মণিপুৰ সম্পৰ্কে মন্তব্য কৰিবলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে যে যদি বিগত পাঁচ বছৰত বিজেপি চৰকাৰে উত্তৰ-পূবৰ বাবে যিমান কাম কৰিছে সিমান কাম কোনো পুৰণি চৰকাৰে কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উত্তৰ-পূবত স্থায়ী শান্তিৰ বাবে আলোচনাতকৈ বেছি নিৰন্তৰ প্ৰচেষ্টাৰ দ্বাৰা বাস্তৱ সমাধান উলিওৱাৰ চেষ্টা কৰা হৈছে। ৰাজ্যসমূহৰ মাজত বুজাবুজিৰ মাধ্যমেৰে সীমান্ত বিবাদ শেষ কৰিবলৈ চেষ্টা কৰা হৈছে। মণিপুৰক লৈ আমি সদনত ইতিমধ্যেই দীঘলীয়াকৈ কথা পাতিছো।

আজি মই সেই কথাৰ পুনৰাবৃত্তি কৰিব বিচাৰো যে চৰকাৰে মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি আছে। তাত ১১ হাজাৰতকৈ অধিক এফআইআৰ পঞ্জীয়ন কৰা হৈছে আছে আৰু ৫০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে মণিপুৰত হিংসাত্মক ঘটনা প্ৰায় হ্ৰাস পাবলৈ ধৰিছে অৰ্থাৎ শান্তিৰ আশা কৰা সম্ভৱ। আজি মণিপুৰত বিদ্যালয়সমূহ সদায়ৰ দৰে চলি আছে আৰু কাৰ্যালয়বোৰো খোলা আছে। প্ৰধানমন্ত্ৰী মোদীৰ মতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সকলোৰে সৈতে কথা পাতি শান্তি পুনৰুদ্ধাৰৰ চেষ্টা কৰি আছে। পূৰ্বৰ চৰকাৰবোৰৰ দিনত এনে কাম হোৱা নাছিল।

গৃহমন্ত্ৰী অমিত শ্বাহ আৰু গৃহ ৰাজ্যিক মন্ত্ৰীগৰাকী কেইবাদিনো মণিপুৰত আছিল আৰু চৰকাৰী বিষয়াসকল নিয়মীয়াকৈ তালৈ যায় তথা সমস্যাটো সমাধানৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছে বুলি দাবী কৰি ভাষণৰ আৰম্ভণিতে মোদীয়ে কয় যে দহ বছৰ দেশক সেৱা কৰাৰ বাবে জনসাধাৰণে তেওঁক তৃতীয়বাৰৰ বাবে শাসন কৰাৰ সুযোগ দিছে। এয়া দেশৰ জনসাধাৰণৰ আশীৰ্বাদ। সংসদীয় পৰম্পৰাত এখন চৰকাৰে বহু দশকৰ পিছত তৃতীয়বাৰৰ বাবে সুযোগ পাইছে। এই নিৰ্বাচনত দেশবাসীয়ে প্ৰদৰ্শনক অগ্ৰাধিকাৰ দিছে তথা বিভ্ৰান্তি আৰু মিছাৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে তথা বিশ্বাসৰ ৰাজনীতিত মোহৰ মাৰিছে।

Tags: #Manipur#ManipurViolence#NarendraModi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025