• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 25, 2026
30 °c
Guwahati
26 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
April 25, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

হঠাৎ অন্ধকাৰৰ হৈ পৰিছে আকাশ। কেইবাখনো জিলাত বতৰে লৈছে কালৰূপ। ধুবুৰী, কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত, মঙলদৈ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো প্ৰচণ্ড শিলাবৃষ্টি হোৱা দেখা গৈছে। ধুমুহাত গছ ভাঙি উভালি পৰাত ব্যাহত বিদ্যুৎ সেৱা। অহা ২৮ এপ্ৰিললৈ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। কেইবাখনো জিলাত অৰেঞ্জ আৰু হালধীয়া এলাৰ্ট জাৰি কৰা হৈছে।

বিহু নাচিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী নাচনীয়ে। নিশা তামুলপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত হয় নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল। এই দুৰ্ঘটনাত নিশামণি হালৈ নামৰ এগৰাকী নাচনীৰ থিতাতে মৃত্যু। লগতে ১১ গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত হয়। বিপৰীত দিশৰ পৰা অহা দ্ৰুতবেগী ট্ৰেভেলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এই বাহনখনৰ। তামুলপুৰ-নাগ্ৰীজুলি পথৰ নোৱাখাটত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টে অযোধ্যাত ৰাম লালাৰ দৰ্শনৰ বাবে ভক্তক পাছ প্ৰদান কৰে। শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টৰ ৱেবছাইটত পাছ দিব পাৰিব যাতে ভক্তসকলে ভিৰ পৰিহাৰ কৰি সহজে মন্দিৰলৈ যাব পাৰে। এই ধৰণৰ ব্যৱস্থা সাধাৰণতে মহিলা আৰু বৃদ্ধসকলৰ বাবে উপযোগী। খবৰ অনুসৰি শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টে ৱেবছাইটৰ পৰা ৰাম লালাৰ বিশেষ দৰ্শনৰ বিকল্প আঁতৰাই পেলাইছে। ব্যৱস্থাটোত আন কেইবাটাও সালসলনিও কৰা হৈছে। এতিয়া সুগম দৰ্শনৰ লগতে সাধাৰণ দৰ্শনৰ বিকল্পও ৱেবছাইটত উপলব্ধ হ’ব।

বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত এখন ট্ৰাকৰ সৈতে চাৰিচকীয়া সৰু বাহন এখনে খুন্দা মৰাৰ ফলত ৫ জন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৪ জন। মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। নিহতসকলৰ ভিতৰত আছে দৰাৰ ককাক আৰু পেহীয়েক। আৰক্ষীৰ মতে, পাৱনী তহচিলৰ আদয়াল গাঁৱৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। তীব্ৰ বেগেৰে গৈ থকা গাড়ীখনৰ হঠাৎ টায়াৰ ফাটি যোৱাৰ ফলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ সৈতে খুন্দা মাৰে।

ইৰাণত যুদ্ধৰ ক্ৰমবৰ্ধমান ভাবুকিৰ মাজতে চীনে নিজৰ নাগৰিকসকলৰ বাবে এক বৃহৎ পৰামৰ্শ জাৰি কৰিছে। চীনে নিজৰ নাগৰিকসকলক অতি সোনকালে ইৰাণ এৰি যাবলৈ বা নিৰাপদ অঞ্চললৈ যাবলৈ আহ্বান জনাইছে। ভাৰতে প্ৰায় ২৪ ঘন্টা পূৰ্বে নিজৰ নাগৰিকক একেধৰণৰ সতৰ্কবাণী জাৰি কৰিছিল। চীনৰ বৈদেশিক মন্ত্ৰালয়ে উল্লেখ কৰিছে যে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণত গুৰুতৰ নিৰাপত্তাজনিত ভাবুকি অব্যাহত আছে। মন্ত্ৰালয়ৰ মতে, আকাশমাৰ্গ আংশিকভাৱে মুকলি কৰা হৈছে যদিও পৰিস্থিতি জটিল আৰু অস্থিৰ হৈয়ে আছে।

Tags: Latest newsmorning newsnews update

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025