• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

বিপদ বাঢ়িল USTM-ৰ স্বত্বাধিকাৰীৰ! উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে কি অভিযোগ উত্থাপিত হৈছে?

Nation NE by Nation NE
February 22, 2025
in Uncategorized
0 0
বিপদ বাঢ়িল USTM-ৰ স্বত্বাধিকাৰীৰ! উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে কি অভিযোগ উত্থাপিত হৈছে?
Share on FacebookShare on TwitterWhatsApp

মুখ্যমন্ত্ৰীৰ অভিযোগৰ পিছতেই USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ হয়। মহবুবুল হকৰ বিৰুদ্ধে CBSE ৰ দ্বাদশ বৰ্ষৰ ছাত্ৰ ছাত্ৰী সহায় কৰাৰ প্ৰলোভনেৰে ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগৰ ওপৰত ভিত্তি কৰিয়েই পাথাৰকান্দি আৰক্ষীয়ে ২১ ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা আটক কৰে মহবুবুল হকক।

ইয়াৰ পিছত শ্ৰীভূমিৰ পাথাৰকান্দি থানাত গোচৰ নম্বৰ 54/2025 ৰ আধাৰত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে হকক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, পাথাৰকান্দিৰ চেন্ট্ৰেল পাব্লিক স্কুলৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই উত্তপ্ত ঘটনা। শ্ৰীভূমিৰ কেন্দ্ৰীয় বিদ্যালয়ত পদাৰ্থ বিজ্ঞান পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২৭৪ গৰাকী ছাত্ৰ-ছাত্ৰী । ইয়াৰে ৪৫ গৰাকী ছাত্ৰ ছাত্ৰী আছিল কেন্দ্ৰীয় বিদ্যালয়ৰ। URD গ্ৰুপৰ ২১৪ গৰাকী পৰীক্ষাৰ্থীক সহায় কৰাৰ উদ্দেশ্যে লৈ যোৱা হৈছিল  কেন্দ্ৰটোলৈ।

কিন্তু পৰীক্ষা কেন্দ্ৰত সহায় নাপায় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰীক্ষাৰ্থীয়ে।

ধন লৈ পৰীক্ষাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ উঠে USTM ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে। কিন্তু পৰীক্ষাকেন্দ্ৰত সহায় নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰীক্ষাৰ্থীসকলে।

CBSEৰ পৰীক্ষা চলি থাকোঁতেই একাংশ ছাত্ৰ যাত্ৰীয়ে সংঘটিত লণ্ড-ভণ্ড পৰীক্ষা কেন্দ্ৰ। পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অসৎ পন্থা অৱলম্বন কৰাক লৈ ৰণ ক্ষেত্ৰলৈ ৰূপান্তৰিত হয় পৰীক্ষা কেন্দ্ৰ। আনকি স্থানীয় সাংবাদিককো ভিডিঅ’ লোৱাত বাধা একাংশ ছাত্ৰ-ছাত্ৰীৰ। ইয়াৰ পিছতেই পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈছে আৰক্ষী আৰু চিআৰপিএফ বাহিনী। লগতে পাথাৰকান্দিৰ চক্ৰ বিষয়া বলিন বাবা বালাৰীয়ো উপস্থিত হয়।

অৱশ্যে এই অভিযোগত গ্ৰেপ্তাৰ কৰা মহবুবুল হকে এই পৰ্যন্ত মুখ খোলা নাই আৰক্ষীয়ে।

Tags: #AssamMeghalayaUSTM

Related Posts

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Uncategorized

February 17, 2026
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

February 12, 2026
পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

February 6, 2026
নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025