• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ; ঠায়ে ঠায়ে অনুৰাগীৰ পূজা-অৰ্চনা

Nation NE by Nation NE
February 23, 2025
in Top News, ক্ৰীড়া
0 0
ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ; ঠায়ে ঠায়ে অনুৰাগীৰ পূজা-অৰ্চনা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজি চেম্পিয়নছ ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত সমুখ সমৰত নামিব ভাৰত-পাকিস্তান। ডুবাইত অনুষ্ঠিত হ’বলগীয়া এই হাইভল্টেজ মেচখন দুয়োখন দেশৰ বাবে হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ। মেচখনত জয়ী হোৱা মানেই ছেমি ফাইনেলত স্থান নিশ্চিত হ’ব ভাৰতৰ। আনহাতে পৰাজয়ে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম ঘটাব পাকিস্তানৰ।

এই মেচখনত যাতে পাকিস্তানৰ বিৰুদ্ধে ভাৰত জয়ী হয় তাৰ বাবে ইতিমধ্যে দেশৰ প্ৰান্তে প্ৰান্তে অনুৰাগীসকলক পূজা-অৰ্চনা কৰা দেখা গৈছে। প্ৰায়েই এইধৰণৰ মহাৰণৰ পূৰ্বে ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলে ভাৰতৰ জয়ৰ বাবে পূজা-অৰ্চনা কৰা দেখা যায়।

মেচখনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুৰাগীয়ে পূজা-অৰ্চনা কৰে। পোহৰলৈ আহিছে ইয়াৰ ভিডিঅ’। শিশুসকলেও টিম ইণ্ডিয়াৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে।

আই চি চি এদিনীয়া টুৰ্ণামেণ্টত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ যথেষ্ট উন্নত। এই পৰ্যন্ত ভাৰতে এদিনীয়া টুৰ্মামেণ্টত পাকিস্তানৰ বিৰুদ্ধে মুঠ ১৩খন খেল খেলিছে। এই সময়ছোৱাত টিম ইণ্ডিয়াই ১০খন খেলত জয়লাভ কৰিছে। চেম্পিয়নছ ট্ৰফীতো ভাল প্ৰদৰ্শন আগবঢ়াইছে টিম ইণ্ডিয়াই।

দৃষ্টি নিৱদ্ধ থাকিব ভাৰত-পাকিস্তানৰ এই খেলুৱৈসকলৰ ওপৰত

সকলোৰে দৃষ্টি থাকিব টিম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ ওপৰত। দীৰ্ঘদিন ধৰি কোহলীৰ বেটেৰে অহা নাই পৰ্যাপ্ত ৰান। অনুৰাগীসকলে কোহলীৰ পৰা আজি ভাল প্ৰদৰ্শন আশা কৰিছে। আনহাতে বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ পৰাও পাকিস্তানী অনুৰাগীসকলে ভাল প্ৰদৰ্শনৰ আশা কৰিছে।

Tags: Babar AzamChampions TrophyDubaiIndiaIndia vs PakistanRohit SharmaVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025