• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেৱল বাংলাদেশেই নহয়, পাকিস্তানৰ মুছলমানো ৰমজানৰ পূৰ্বে চৰকাৰক লৈ বিচলিত

Nation NE by Nation NE
February 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কেৱল বাংলাদেশেই নহয়, পাকিস্তানৰ মুছলমানো ৰমজানৰ পূৰ্বে চৰকাৰক লৈ বিচলিত
Share on FacebookShare on TwitterWhatsApp

পৱিত্ৰ ৰমজান মাহ ১ বা ২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। ৰমজানৰ বাবে বজাৰত মানুহৰ ভিৰ হ’বলৈ আৰম্ভ কৰিছে। বজাৰত খাদ্য সামগ্ৰীৰ লগতে কাপোৰৰ দাম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এই মাহত সমগ্ৰ বিশ্বৰ মুছলমানসকলে নামাজ, ৰোজা আৰু জাকাত পালন কৰে আৰু আল্লাহৰ পথ অনুসৰণ কৰে।

পিছে যিমানেই পৱিত্ৰ ৰমজান মাহ কাষ চাপি আহিছে, সিমানেই চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বজাৰত বস্তুৰ মূল্য বৃদ্ধি হৈছে। ৰমজান কাষ চাপি অহাৰ লগে লগে পঞ্জাৱৰ লগতে লাহোৰ তথা অন্য শিবিৰ কেন্দ্ৰসমূহত বস্তুৰ আকাশলংঘী মূল্যই সকলোৰে চকু কঁপালত উঠাইছে। খেজুৰ, কল, ডালিম, আপেল আদি ফল-মূলৰ লগতে সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে। যাৰ বাবে গ্ৰাহকৰ বাবে অত্যাৱশ্যকীয় খাদ্য-বস্তু ক্ৰয় কৰাটো সমস্যা হৈ পৰিছে।

সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাটো চৰকাৰী কৰ্তৃপক্ষৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। কিয়নো আগন্তুক সপ্তাহত সতেজ উৎপাদিত সামগ্ৰী আৰু বতৰৰ শাক-পাচলিৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে নতুনকৈ শস্যৰ আগমনে কিছু সকাহ দিব পাৰে।

ৰমজানৰ আগমনৰ লগে লগে দাম বৃদ্ধি চৰকাৰৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে। বিশেষ হাৰত সামগ্ৰী বিক্ৰীৰ বাবে পঞ্জাৱ চৰকাৰে ৰমজানত বিশেষ বজাৰ খুলিব পাৰে। য’ত সঠিক দামত উপযুক্ত খাদ্য সামগ্ৰী উপলব্ধ হ’ব।

যিহেতু এই বছৰত কোনো উচিত মূল্যৰ দোকান বা ৰাজসাহায্য প্ৰৱৰ্তন কৰা হোৱা নাই, যাৰ ফলত নাগৰিকে আকাশলংঘী মূল্যৰ সৈতে যুঁজিবলগীয়া হৈছে। চৰকাৰী হস্তক্ষেপৰ অভাৱত বহু গ্ৰাহকে হতাশা প্ৰকাশ কৰিছে।

পাকিস্তানৰ এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দৈনিক মজুৰি শ্ৰমিক মহম্মদ আৰিফে দুখ প্ৰকাশ কৰে যে, প্ৰতি বছৰে ৰমজানৰ পূৰ্বে দাম আকাশলংঘী হয়, যাৰ ফলত মজুৰি স্থবিৰ হৈ থকাৰ সময়ত মানুহে মৌলিক ফল-মূল ক্ৰয় কৰাত অসুবিধাৰ সৃষ্টি কৰে।

Tags: BangladeshPakistanRAMADAN

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025