• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      জলপথৰ সৰ্বাংগীন উন্নয়নৰ বাবে ব্যয় কৰা হ’ব ৪,৮০০ কোটি টকা… ঘোষণা সৰ্বানন্দ সোণোৱালৰ

      Nation NE by Nation NE
      February 26, 2025
      in Top News, BIG BREAKING, অসম
      0 0
      জলপথৰ সৰ্বাংগীন উন্নয়নৰ বাবে ব্যয় কৰা হ’ব ৪,৮০০ কোটি টকা… ঘোষণা সৰ্বানন্দ সোণোৱালৰ

      ফটো উৎস : ফেইচবুক

      Share on FacebookShare on TwitterWhatsApp

      ২৫ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ‘এডভাণ্টেজ আছাম ২.০- বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ’ অন্তিম দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেতবোৰ ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যখনত অহা পাঁচ বছৰৰ ভিতৰত ৪,৮০০ কোটি টকাৰ বিনিয়োগ কৰিব বুলি বুধবাৰে ঘোষণা কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সোণোৱালে।

      ৰাজ্যখনৰ পথ, ৰে’ল আৰু নদীৰ আন্তঃগাঁথনি সন্দৰ্ভত এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ আয়োজিত এক অধিৱেশনত মন্ত্ৰী সোণোৱালে কয়, ‘মই ঘোষণা কৰিব বিচাৰো যে আগন্তুক পাঁচ বছৰত অসমত মোৰ মন্ত্ৰালয়ে ৪৮০০ কোটি টকা খৰচ কৰিব’।

      জাহাজ মেৰামতিৰ সুবিধা নিৰ্মাণ, বন্দৰৰ বাবে বিকল্প পথ নিৰ্মাণ আৰু টাৰ্মিনেল উন্নয়ন আদিৰ বাবে এই ধনৰাশি ব্যৱহাৰ কৰা হ’ব বুলিও উল্লেখ কৰে সোণোৱালে।

      কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যত সামুদ্ৰিক শিক্ষাৰ ক্ষেত্ৰতো উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব। এই কেন্দ্ৰ স্থাপনৰ ফলত বছৰি ৫ হাজাৰ দক্ষ যুৱকে জাহাজ উদ্যোগত নিয়োগৰ সুযোগ লাভ কৰিব।

      বিনিয়োগৰ কথা উল্লেখ কৰি সোণোৱালে সামাজিক মাধ্যমত লিখিছে, ‘মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল, ভাৰতস্থিত ছিংগাপুৰৰ সন্মানীয় উচ্চায়ুক্ত ছাইমন ৱং আৰু উদ্যোগ খণ্ডৰ গণ্য-মান্য ব্যক্তিসকলৰ উপস্থিতিত আজি গুৱাহাটীত “এডভাণ্টেজ আছাম ২.০”ৰ পথ, ৰে’লৱে আৰু নদীকেন্দ্ৰিক আন্তঃগাঁথনি আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ।’

      মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ “এক্ট ইষ্ট নীতি”য়ে কেনেদৰে আমাৰ জলপথত ৰূপান্তৰমুখী আন্তঃগাঁথনি গঢ়ি তুলিছে, পূৰ্বতে বাস্তৱায়িত নোহোৱা মাল্টি-মডেল লজিষ্টিক আৰু কাৰ্গ’ চলাচল এতিয়া সুচল কৰিছে, অসমক বিনিয়োগ আৰু বিকাশৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিছে, সেই সন্দৰ্ভত বিস্তাৰিতভাৱে আলোকপাত কৰোঁ। সামাজিক মাধ্যমত এই কথাও উল্লেখ কৰে মন্ত্ৰী সোণোৱালে।

      Tags: Advantage Assam 2.0Sarbananda SonowalWaterways

      Related Posts

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ
      Top News

      July 25, 2025
      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025
      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      শীৰ্ষ সংবাদ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist