• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰমজানৰ পূৰ্বে মছজিদৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ; ৫ জনৰ মৃত্যু

Nation NE by Nation NE
February 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰমজানৰ পূৰ্বে মছজিদৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ; ৫ জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

পবিত্ৰ ৰমজান মাহৰ পূৰ্বে শুকুৰবাৰে (২৮ ফেব্ৰুৱাৰী, ২০২৫) উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ তালিবান সমৰ্থক মছজিদত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। জামিয়া হাক্কানিয়া মাদ্ৰাছাত সংঘটিত বোমা বিস্ফোৰণত ৫ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ খবৰ আহিছে।

সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছৰ প্ৰতিবেদন অনুসৰি জিলা আৰক্ষী অধীক্ষক আব্দুল ৰছিদে কয় যে এই বিস্ফোৰণটো খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ আককোৰা খট্টক জিলাত সংঘটিত হৈছে। এই সন্দৰ্ভত বিষয়াসকলে তদন্ত কৰি আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা বুলি জানিবলৈ দিয়ে। এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব লোৱা নাই।

মাদ্ৰাছাৰ মূল প্ৰেক্ষাগৃহত শুকুৰবাৰৰ নামাজৰ সময়ত সংঘটিত হয় এই বিস্ফোৰণ। আ এটা আগশাৰীৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি কৰ্তৃপক্ষই অঞ্চলটো জৰুৰীকালীন বুলি ঘোষণা কৰিছে।

বিস্ফোৰণ সংঘটিত হোৱা জামিয়া হাক্কানিয়া মাদ্ৰাছা কেম্পাছত প্ৰায় ৪ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া খাদ্য আৰু শিক্ষাৰ ব্যৱস্থা কৰা হয়। এটা পাকিস্তানী টিভিৰ প্ৰতিবেদন অনুসৰি প্ৰাৰম্ভিক তদন্ত অনুসৰি এয়া আত্মঘাতী বিস্ফোৰণ যেন লাগে। এজন শীৰ্ষ বিষয়াই কয় যে এই বিস্ফোৰণৰ জৰিয়তে মৌলানা হামিদুল হক হাক্কানীক লক্ষ্য কৰি লোৱা হৈছিল।

পাকিস্তান চৰকাৰৰ মন্ত্ৰী মহছিন নাকভিয়ে ছ’চিয়েল মিডিয়া এক্সযোগে এই ঘটনাক গৰিহণা দিয়ে। তেওঁ কয়, ‘শত্ৰু দেশখনে পাকিস্তানত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্ৰ কৰিছে। আমি শত্ৰুৰ প্ৰতিটো ষড়যন্ত্ৰ বিফল কৰিম। আমি মৃতকৰ পৰিয়ালৰ সৈতে আছো।‘

তেওঁ লগতে মৌলানা হামিদুল হক হাক্কানী আৰু অন্যান্য আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

ইফালে খাইবাৰ পাখতুনখোৱা প্ৰদেশত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে এনে কাপুৰুষালিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ সংকল্প দুৰ্বল কৰিব নোৱাৰে। তেওঁ কয় যে আমি দেশৰ পৰা সকলো ধৰণৰ সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Tags: bomb blastPakistanRAMADAN

Related Posts

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025

শীৰ্ষ সংবাদ

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025