• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
21 °c
Guwahati
21 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

শ্বেয়াৰ বজাৰত অভূতপূৰ্ব উত্থান, ৪৫ মিনিটত উপাৰ্জন ২.৭১ লাখ কোটি

Nation NE by Nation NE
July 4, 2024
in ৰাষ্ট্ৰীয়
0 0
শ্বেয়াৰ বজাৰত অভূতপূৰ্ব উত্থান, ৪৫ মিনিটত উপাৰ্জন ২.৭১ লাখ কোটি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

জুলাই মাহত একেৰাহে চতুৰ্থ দিনৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত হৈছে অভূতপূৰ্ব উত্থান। ছেনচেক্স আৰু নিফটি উপনীত হৈছে এক নতুন স্তৰত।

উল্লেখ্য যে, বিনিয়োগকাৰীসকলে বৃহস্পতিবাৰে মাত্ৰ ৪৫ মিনিটৰ ব্যৱসায়িক অধিবেশনত ২.৭১ লাখ কোটি টকা উৰ্পাজন কৰে। বিশেষ কথাটো হ’ল যে জুলাই মাহত দেশৰ ১৮ কোটি বিনিয়োগকাৰীয়ে প্ৰায় ৯ লাখ কোটি টকা উৰ্পাজন কৰিবলৈ সক্ষম হয়।

ব’ম্বে ষ্টক একচেঞ্জৰ ফ্লেগশ্বিপ সূচক ছেনচেক্স ৪০৫.৮৪ পইণ্ট বৃদ্ধি হৈ ৮০,৩৯২.৬৪ পইণ্টৰ অভিলেখ স্তৰত উপনীত হয়। য’ত বৃহস্পতিবাৰে, ছেনচেক্স মুকলি হয় ৮০,৩২১.৭৯ পইণ্টত।

আনহাতে, নেচনেল ষ্ট’ক একচেঞ্জৰ মুখ্য সূচক নিফটিয়েও ব্যৱসায়িক অধিবেশনৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়ি তোলে। তথ্য অনুসৰি, নিফটিৰ ১১৪.৫ পইণ্ট বৃদ্ধি হৈ ২৪,৪০১ পইণ্টত উপনীত হয়। অৱশ্যে বৃহস্পতিবাৰে নিফটি মুকলি হয় ২৪,৩৬৯.৯৫ পইণ্টৰ সৈতে। বৰ্তমান নিফটিয়ে ৩৬ পইণ্টৰ সৈতে ২৪,৩২২.০৫ পইণ্টত ব্যৱসায় কৰি আছে।

বৃহস্পতিবাৰে, ছেনচেক্সত তালিকাভুক্ত ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ ভিতৰত টাটা মটৰ্ছ, আইচিআইচিআই বেংক, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, ইনফ’চিচ, এচচিএল টেকনল’জিজ আৰু টাটা কনচালটেন্সি চাৰ্ভিচেচ আদিয়ে হৈছে আটাইতকৈ বেছি লাভৱান।

আনহাতে, এইচডিএফচি বেংক, ইণ্ডাছাইণ্ড বেংক, আদানি পোৰ্টছ এণ্ড স্পেচিয়েল ইকনমিক জ’ন তথা ভাৰতীয় এয়াৰটেলৰ শ্বেয়াৰ পাইছে হ্ৰাস।

বিশেষজ্ঞসকলৰ মতে অনাগত দিনবোৰত তথ্য- প্ৰযুক্তি আৰু বেংকিং স্তক আৰু বৃদ্ধি পাব। আনহাতে বিদেশী বিনিয়োগকাৰী সকলেও বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত লাভান্বিত হয়।

Tags: #Nifty#Sensex#StockMarket

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026
তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

January 30, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025