• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
27 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
March 23, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৯৯৫- ৰেনাটো ৰুগিয়েৰোৱে বিশ্ব বাণিজ্য সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰে। প্ৰফেচনেল চেছ এছ’চিয়েশ্যনৰ প্ৰাৰ্থীৰ ফাইনেল ছিৰিজত ভাৰতৰ বিশ্বনাথন আনন্দই জয়লাভ কৰে।

১৯৯৬- টাইৱানত প্ৰথম প্ৰত্যক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয়।

১৯৯৯- পেৰাগুৱেৰ উপ-ৰাষ্ট্ৰপতি পুই মাৰিয়া আৰ্গানাক হত্যা কৰা হয়।

২০০১- ৰাছিয়াৰ মহাকাশ কেন্দ্ৰ মিৰ ডুব যায়।

২০০৩- দক্ষিণ আফ্ৰিকাৰ ৱাণ্ডাৰাৰছত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক ১২৫ ৰাণত পৰাস্ত কৰি বিশ্বকাপ অক্ষুণ্ণ ৰাখে

২০০৬- অষ্ট্ৰেলিয়াই চোৰাং ব্যৱসায়ৰ অভিযোগত উত্তৰ কোৰিয়াৰ পন্স গু জাহাজ ডুবাই দিয়ে।

২০০৭- বিশ্বকাপ ক্ৰিকেটত শ্ৰীলংকাৰ হাতত ভাৰত পৰাস্ত হয়।

২০০৮- ভাৰতে অগ্নি-১ পৃষ্ঠৰ পৰা পৃষ্ঠলৈ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰে। আমেৰিকাৰ মহাকাশচাৰী ৰবাৰ্ট ৱেইস্কেন আৰু চাইক ফৰমেনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটো মেৰামতিৰ বাবে চূড়ান্ত মহাকাশ যাত্ৰা চলাইছিল। নাছাই পৃথিৱীৰ পৰা ৭.৫ বিলিয়ন আলোকবৰ্ষ দূৰত্বত সংঘটিত হোৱা মহাকাশ বিস্ফোৰণ পৰ্যবেক্ষণ কৰে।

Tags: global newsHistory newsWorld news

Related Posts

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…
Top News

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…

May 9, 2026
বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ
Top News

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

May 9, 2026
ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…
Top News

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

May 9, 2026
বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?
Top News

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

May 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026

শীৰ্ষ সংবাদ

৫৭ বছৰ বয়সতো কিয় অবিবাহিত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী? জানি আচৰিত হ’ব আপুনি…

বংগৰ নতুন মুখ্যমন্ত্ৰী হ’ল শুভেন্দু অধিকাৰী, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শপত গ্ৰহণ

ইফালে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ, আনফালে বংগ আৰক্ষীৰ বৃহৎ পদক্ষেপ, মমতা বেনাৰ্জী-অভিষেক বেনাৰ্জীক Unfollow…

বংগৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই শুভেন্দু অধিকাৰীক কি ক’লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025