• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 23, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

নিশা ৰাজ্য জোকাৰি যোৱা এক শোকাৱহ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৮ জনকৈ লোক। ঢেকিয়াজুলিৰ ৰবৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহতসকল হৈছে-বিজয় হানচা,হৰি মাদগী, কুনাল কৰ্মকাৰ, সঞ্জীতা নাথ, বিশ্বাস নাথ,সন্ধ্যাচৰী নাথ। তেওঁলোক আটাইকেইগৰাকী লোক টিউলিপ চাহ বাগিচাৰ। এখন ট্ৰাক আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

আজি কেইবাজনো প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ। কামৰূপ মেট্ৰ’ৰ ৪ সমষ্টিৰ বিজেপি প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন। দিছপুৰ সমষ্টিৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে, মধ্য গুৱাহাটীৰ বাবে বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই দাখিল কৰিব মনোনয়ন পত্ৰ। লগতে ডিমৰীয়া সমষ্টিৰ বাবে এনডিএ সমৰ্থিত প্ৰাৰ্থী তপন কুমাৰ দাসে দিব মনোনয়ন। ইয়াৰোপৰি শাসকীয় দলৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলেও আজি মনোনয়ন দাখিল কৰিব। লগতে দিছপুৰ সমষ্টিৰ বাবে মীৰা বৰঠাকুৰ আৰু মধ্য গুৱাহাটীৰ বাবে বিৰোধী প্ৰাৰ্থী কুংকি চৌধুৰীৰ আজি মনোনয়ন দাখিল কৰিব।

অৱশেষত আৰক্ষীৰ জালত জুবিন গাৰ্গক গোৰ মাৰি ভৰিৰে গচকা কংগ্ৰেছ নেতা ছাদুল্লা শিকদাৰ। নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদুল্লাক। কংগ্ৰেছৰ পৰা টিকট নোপোৱাৰ ক্ষোভত ঈশ্বৰ পুত্ৰৰ ফটোত গোৰ মাৰি ক্ষোভ উজাৰিছিল এই গৰাকী ব্যক্তিয়ে।

মধ্য়প্ৰাচ্যৰ পৰিস্থিতিৰ বাবে ভয়ানক হৈ পৰিছে শ্ৰীলংকাৰ অৱস্থা। এক লিটাৰ পেট্ৰ’লৰ দাম হৈ পৰিল ৪০০টকা। শ্ৰীলংকা চৰকাৰে তেলত বঢ়াই দিলে ২৫ শতাংশ কৰ। ইয়াৰ লগে লগে অচল হৈ পৰিছে শ্ৰীলংকাৰ পৰিবহণ সেৱা। বাছ চালক সন্থাই ভয়ংকৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে চৰকাৰক। এসপ্তাহৰ ভিতৰত তৃতীয়বাৰলৈ শ্ৰীলংকাত বৃদ্ধি পালে তেলৰ দাম। আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধৰ প্ৰভাৱ পৰিল শ্ৰীলংকাত। কেৰাচিন তেলৰো দাম বৃদ্ধি কৰিলে শ্ৰীলংকা চৰকাৰে।

Tags: Latest newsmorning newsnews update

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025