• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

কিয় বিশ্বকাপ ট্ৰফী স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে? জানো আহক ইয়াৰ কাৰণ

Nation NE by Nation NE
July 4, 2024
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
কিয় বিশ্বকাপ ট্ৰফী স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে? জানো আহক ইয়াৰ কাৰণ
Share on FacebookShare on TwitterWhatsApp

টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দলটোৱে আজি নতুন দিল্লীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে। প্ৰধান মন্ত্ৰীয়ে খেলুৱৈসকলক সাক্ষাত কৰাৰ সেই দৃশ্য তথা ফটো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰধান মন্ত্ৰী আৱাসত সাক্ষাতৰ সময়ত প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰতিগৰাকী খেলুৱৈৰ সৈতে কথা-বতৰা পতাৰ লগতে কিছু হাঁহি ধেমালি কৰাও পৰিলক্ষিত হয়। ইয়াৰ উপৰি প্ৰায় প্ৰতিগৰাকী খেলুৱৈৰ সৈতে ফটোও উঠা দেখা যায় প্ৰধান মন্ত্ৰী মোদীক।

কিন্তু ট্ৰফীৰ সৈতে যেতিয়া গ্ৰুপ ফটোৰ বাবে প’জ দিছিল তেতিয়া প্ৰধানমন্ত্ৰীয়ে স্পৰ্শ কৰা নাছিল ট্ৰফীটো। তেওঁ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ হাতত ধৰিহে ফটো উঠিছিল। প্ৰধান মন্ত্ৰীয়ে ট্ৰফীটো স্পৰ্শ নকৰাকৈ উঠা ফটোখন এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

প্ৰধান মন্ত্ৰীয়ে কিয় স্পৰ্শ কৰা নাছিল ট্ৰফীটো…..

জানিব পৰা অনুসৰি, কিছু নিৰ্বাচিত লোকেহে খালী হাতেৰে ট্ৰফী স্পৰ্শ কৰাৰ অনুমতি থাকে, য’ত প্ৰতিযোগিতাত জয়ী হোৱা খেলুৱৈ, মেনেজাৰৰ লগতে আন কিছু বিষয়া। ফিফা বিশ্বকাপ ট্ৰফীৰ বাবে এয়াই নিয়ম। সেই কথা লক্ষ্য ৰাখিয়েই প্ৰধান মন্ত্ৰী মোদীয়ে হয়তো টি-২০ বিশ্বকপৰ ট্ৰফীটো খালী হাতেৰে স্পৰ্শ নকৰিলে।

উল্লেখ্য যে, বাৰ্বাডোজৰ পৰা আজি ৰাতিপুৱা দিল্লীত উপস্থিত হোৱাৰ পিছতেই বিশ্বকাপ জয়ী ভাৰতীয় দলটোৱে দুপৰীয়া প্ৰধান মন্ত্ৰী মোদীক সাক্ষাত কৰিছিল। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাত কৰাৰ পিছতেই দলটোৱে ৰাওনা হয় মুম্বাইলৈ।

মুম্বাইত খেলুৱৈসকলে মুকলি বাছেৰে বিজয় পেৰেডত অংশ লোৱাৰ পিছত সন্ধিয়া ৱাংখেড়ে ষ্টেডিয়ামত বি চি চি আইয়ে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’ব।

Tags: #BCCI#NarendraModi#RohitSharma#T20

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025