• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
21 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মায়াৱতীৰ কঠোৰ সিদ্ধান্ত; ভতিজা আকাশ আনন্দক সকলো পদৰ পৰা অপসাৰণ

Nation NE by Nation NE
March 2, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
মায়াৱতীৰ কঠোৰ সিদ্ধান্ত; ভতিজা আকাশ আনন্দক সকলো পদৰ পৰা অপসাৰণ
Share on FacebookShare on TwitterWhatsApp

বহুজন সমাজ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভানেত্ৰী মায়াৱতীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ ভতিজা আকাশ আনন্দক ৰাষ্ট্ৰীয় সমন্বয়কৰ পদৰ পৰা অপসাৰণ কৰিছে। আকাশৰ ঠাইত আনন্দ কুমাৰক ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিছে মায়াৱতীয়ে।

ইফালে মায়াৱতীয়ে ৰাজ্যসভাৰ সাংসদ ৰামজী গৌতমৰ দায়িত্ব বৃদ্ধি কৰি তেওঁকো ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিয়ে।

উল্লেখ্য যে, শেহতীয়াকৈ মায়াৱতীয়ে আকাশ আনন্দৰ শহুৰেক অশোক সিদ্ধাৰ্থকো পদৰ পৰা অপসাৰণ কৰিছিল।

ইফালে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে এখন বৈঠকৰ সময়ত তেওঁৰ উত্তৰাধিকাৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি কৈছিল যে মোৰ অন্তিম উশাহলৈকে কোনো উত্তৰাধিকাৰী নাথাকিব।

বিএছপিয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত মায়াৱতীৰ উদ্ধৃতিৰে কোৱা হৈছে, ‘কেৱল এইটোৱেই নহয়, মই নিজেও এতিয়া সিদ্ধান্ত লৈছো যে মই জীয়াই থকালৈকে বা শেষ উশাহলৈকে মোৰ কোনো উত্তৰাধিকাৰী নাথাকিব। যি সিদ্ধান্তক দলৰ নেতা-কৰ্মীসকলে আন্তৰিকতাৰে আদৰণি জনাইছিল।’

প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছিল যে বিএছপিৰ মুৰব্বীগৰাকীয়ে আজি পুনৰ সেই মন্তব্য দোহাৰি কয় যে মোৰ বাবে দল আৰু মুভমেণ্ট প্ৰথম। ভাই-ভনী, তেওঁলোকৰ সন্তান আৰু অন্যান্য আত্মীয় ইত্যাদি সকলো পিছত। এই সন্দৰ্ভতে তেওঁ দলীয় নেতা-কৰ্মীসকলক আশ্বাস দিয়ে যে যেতিয়ালৈকে মই জীয়াই আছো তেতিয়ালৈকে শেষ উশাহলৈকে মোৰ সম্পূৰ্ণ সততা আৰু নিষ্ঠাৰে দলটোক আগুৱাই নিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম।

Tags: BSPMayawatiUttar Pradesh

Related Posts

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?
Top News

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

February 2, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025