• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰমজানত আজানৰ বাবে লাউডস্পীকাৰ বিচাৰি মুছলমানে বিচাৰিলে প্ৰশাসনৰ সহায়

Nation NE by Nation NE
March 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কেৱল বাংলাদেশেই নহয়, পাকিস্তানৰ মুছলমানো ৰমজানৰ পূৰ্বে চৰকাৰক লৈ বিচলিত
Share on FacebookShare on TwitterWhatsApp

২ মাৰ্চৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে পৱিত্ৰ ৰমজান মাহ। উত্তৰ প্ৰদেশত পুনৰ সংবাদ শিৰোনাম দখল কৰিছে লাউডস্পীকাৰৰ বিষয়টোৱে। উত্তৰ প্ৰদেশ প্ৰশাসনে ৰমজান মাহত ছেহৰী আৰু ইফতাৰৰ সময়ত মছজিদৰ পৰা লাউডস্পীকাৰ বজোৱাৰ নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশৰ পিছত মুছলমান সম্প্ৰদায়ৰ মানুহ চিন্তিত হৈ পৰিছে। খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ বাৰেলীত অৱস্থিত সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চাহাবুদ্দিন ৰিজৱীয়ে ৰমজান মাহত প্ৰশাসনৰ পৰা লাউডস্পীকাৰ ব্যৱহাৰৰ অনুমতি বিচাৰিছে।

আচলতে বিগত মাহত উত্তৰ প্ৰদেশ চৰকাৰে মছজিদত লাউডস্পীকাৰ আৰু উচ্চ শব্দৰ বিৰুদ্ধে অভিযান চলাইছিল। এনে পৰিস্থিতিত উত্তৰ প্ৰদেশৰ বহু অঞ্চলৰ মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰোৱাৰ ক্ৰিয়া দেখা গৈছিল।

ৰমজান মাহত প্ৰশাসনৰ কঠোৰতাৰ প্ৰতি লক্ষ্য ৰাখি বাৰেলীৰ সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চাহাবুদ্দিন ৰিজৱীয়ে ৰমজান মাহত লাউডস্পীকাৰ ব্যৱহাৰ কৰিবলৈ প্ৰশাসনৰ পৰা অনুমতি বিচাৰিছে।

ৰমজান মাহত লাউডস্পীকাৰ ব্যৱহাৰৰ সন্দৰ্ভত প্ৰশাসনৰ ওচৰত আবেদন জনাই তেওঁ কয় যে, ৰমজান মাহ আৰম্ভ হৈছে। এই সময়ত মুছলমানে ৰোজা ৰাখি সন্ধিয়া ভাঙিব লগা হয়। এনে পৰিস্থিতিত লাউডস্পীকাৰৰ জৰিয়তে আজান দিলে মানুহৰ বাবে ছেহৰী আৰু ইফতাৰ সহজ হৈ পৰে।

মৌলানা চাহাবুদ্দিনে লগতে কয় যে, চৰকাৰে বৈষম্যমূলক কাম কৰিব নালাগে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সকলো ধৰ্মৰ বাবে, তেন্তে মুছলমানক কিয় টাৰ্গেট কৰা হৈছে? চৰকাৰক পৰামৰ্শ দিওঁতে তেওঁ কয় যে চৰকাৰে ন্যায়ৰ সৈতে কাম কৰিব লাগে। যাতে, মানুহ আৰু মুছলমানৰ আস্থা চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত থাকে।

দৰাচলতে আদালতে ইতিমধ্যে লাউডস্পীকাৰ বজোৱা আৰু ইয়াৰ ভলিউম সন্দৰ্ভত গাইডলাইন দিছে। লগতে উত্তৰ প্ৰদেশ চৰকাৰে বিগত কেইবাবছৰ ধৰি মছজিদ আৰু অন্যান্য ধৰ্মীয় স্থানত লাউডস্পীকাৰ পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

ইফালে ৰমজানৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভক্তসকলক সম্ভাষণ জনাইছে। লগতে কোনো ধৰ্মীয় স্থান (মছজিদ)ৰ বাহিৰত তীব্ৰ শব্দ কৰিব নালাগে বুলিও বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে হোৱা বৈঠকত এই নিৰ্দেশ দিছে। লগতে তেওঁ কয় যে, সকলোৰে ধৰ্মক সন্মান কৰা হয়। কিন্তু মছজিদত লাউড স্পীকাৰৰ অভিযোগ ৰাজ্যৰ বহু অঞ্চলৰ পৰা আহিছে।

Tags: RAMADANROZAUttar Pradesh

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025