• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি বিশ্ব বন্যপ্ৰাণী দিৱস, কি হয় মূল বিষয়বস্তু?

Nation NE by Nation NE
March 3, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আজি বিশ্ব বন্যপ্ৰাণী দিৱস, কি হয় মূল বিষয়বস্তু?
Share on FacebookShare on TwitterWhatsApp

আজি বিশ্ব বন্যপ্ৰাণী দিৱস। প্ৰতিবছৰে ৩ মাৰ্চত পালন এই দিৱসটি বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়।

বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপনৰ তাৎপৰ্য হৈছে উদ্বেগৰ বিষয়বোৰৰ ওপৰত জনসাধাৰণক শিক্ষিত কৰা, বন্যপ্ৰাণীৰ সমস্যা সম্পৰ্কীয় গোলকীয় সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা, আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সফলতা উদযাপন আৰু শক্তিশালী কৰা।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ক্ৰমাৎ বৃদ্ধি পোৱা পৰিৱেশ প্ৰত্যাহ্বানৰ বাবে ১০ লাখৰো অধিক বন্যপ্ৰাণী বিলুপ্ত হোৱাৰ আশংকা আছে।ৰাষ্ট্ৰসংঘৰ ৬৮ তম অধিৱেশনত থাইলেণ্ডে আহ্বান কৰা আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্য জীৱ আৰু উদ্ভিদৰ বাণিজ্য অভিবৰ্তনৰ বাবে ৩ মাৰ্চক বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে ঘোষণা কৰা হয়। এই অধিৱেশন অনুষ্ঠিত হৈছিল ২০১৩ চনৰ ২০ ডিচেম্বৰত।

উল্লেখ্য যে, প্ৰতি বছৰে এটা বিষয়বস্তু লৈ বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয়। এইবাৰ অৰ্থাৎ ২০২৫ চনৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিষয়বস্তু হৈছে “বন্যপ্ৰাণী সংৰক্ষণ বিত্ত: মানুহ আৰু গ্ৰহত বিনিয়োগ।”

ই প্ৰকৃতি আৰু সম্প্ৰদায় উভয়ৰে বাবে বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে পুঁজিৰ উন্নত উপায় বিচাৰি উলিওৱাত গুৰুত্ব আৰোপ কৰে।

বিশ্ব বন্যপ্ৰাণী দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতৰ প্ৰতিটো অংশ কেৱল প্ৰকৃতিৰ প্ৰতি সংবেদনশীল নহয়, বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতিও দায়বদ্ধ।

Tags: WILDLIFEWORLD HERITAGE

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025