• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

পৱিত্ৰ ৰমজানৰ তৃতীয় ৰোজা দয়া আৰু সকাহৰ প্ৰতীক

Nation NE by Nation NE
March 4, 2025
in Uncategorized
0 0
আৰম্ভ হ’ল পৱিত্ৰ ৰমজান, মুছলমান কর্মচাৰীলৈ ৰমজান উপহাৰ!
Share on FacebookShare on TwitterWhatsApp

পৱিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰোজা আৰম্ভ কৰে। এই ৰমজান মাহত ৰোজা অৰ্থাৎ সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে প্ৰতিদিনে ৰোজা পালন কৰা হয়।

ৰমজানৰ ৰোজা কোনো ধাৰণা বা ইতিহাসৰ লগত জড়িত নহয়, বৰঞ্চ ই আল্লাহৰ আদেশ। ৰমজানত ৰোজা ৰখা প্ৰতিজন মুছলমানৰ বাবে দ্বায়িত্ব।

ইছলাম ধৰ্মাৱলম্বীৰ বিশ্বাস অনুসৰি, ৰোজা মানে কেৱল উপবাসত থকাটো নহয়, বৰঞ্চ ই এনে এক সময় য’ত প্ৰতিজন মুছলমান ব্যক্তিয়ে ৰোজা ৰখাৰ লগতে প্ৰতিটো বেয়াৰ কৰ্মৰ পৰা আঁতৰি থাকে। তৃতীয় ৰোজাৰ গুৰুত্ব কি জানো আহক-

তৃতীয় ৰোজাৰ গুৰুত্ব-

তৃতীয় ৰোজাৰ অৰ্থ হ’ল- যদি পথ সত্য হয় তেন্তে গন্তব্যস্থানত উপনীত হোৱাটো সহজ হৈ পৰে। ৰোজাও এনেকুৱা। ইছলাম ধৰ্মত তৃতীয় ৰোজাক দয়া আৰু সকাহৰ আগজাননী বুলি কোৱা হৈছে। ইয়াত ৰহমত মানে আল্লাহৰ দয়া, ৰাহাতৰ অৰ্থ হ’ল আৰাম আৰু ৰহবৰ মানে পথ প্ৰদৰ্শক। গতিকে ৰমজানৰ এই তৃতীয় ৰোজাৰ  দিনাখন উপবাসে থাকিলে মঙ্গলৰ পথ অনুসৰণ কৰাত সহায়ক হয় বুলি প্ৰমাণিত হয়, কাৰণ উপবাসে অধৰ্মক ৰোধ কৰে।

ইছলামৰ ধৰ্মীয় গ্ৰন্থ কোৰান-ই-পাকৰ প্ৰথম অংশত ‘আলবাকাৰাহ’ৰ ২১৩ নং আয়াতত উল্লেখ আছে যে, ‘বল্লাহ ইয়াহদি মায়ানছাউ ইলা চিৰাতিম মুস্তাকিম।’ ইয়াৰ অনুবাদ হৈছে ‘আল্লাই যাক ইচ্ছা কৰে তেওঁকেই পথ প্ৰদৰ্শন কৰে।

যেতিয়া এজন ব্যক্তিয়ে উপবাসে থাকে আৰু অপকৰ্মৰ পৰা আঁতৰি থাকে আৰু নিজৰ ইন্দ্ৰিয়বোৰ নিয়ন্ত্ৰণ ৰাখে, তেতিয়া তেওঁ সঠিক পথত খোজ দিবলৈ আৰম্ভ কৰে। সেইবাবেই কোৱা হয় যে, ৰোজা হৈছে দয়া আৰু সকাহৰ আগজাননী। সদিচ্ছাৰে পালন কৰা ৰোজা হৈছে এজন প্ৰকৃত আৰু ভাল মুছলমানৰ পৰিচয়।

Tags: muslimRAMADANROZA

Related Posts

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Uncategorized

February 17, 2026
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

February 12, 2026
পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

February 6, 2026
নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025