• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যুদ্ধৰ অন্ত পেলোৱাৰ সময় আহি পৰিছে… ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ট্ৰাম্প

Nation NE by Nation NE
March 5, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ বিজয়ত দুখী ইউৰোপৰ কেইবাখনো দেশ; কি হ’ব আমেৰিকাৰ স্থিতি
Share on FacebookShare on TwitterWhatsApp

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কংগ্ৰেছৰ যুটীয়া অধিৱেশন সম্বোধন কৰি কয় যে ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ শান্তি চুক্তিৰ বাবে সাজু হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি। এই সন্দৰ্ভত জেলেনস্কিয়ে এখন পত্ৰ লিখা বুলিও উল্লেখ কৰে।

জেলেনস্কিয়ে লিখা পত্ৰখনত উল্লেখ আছে যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ তেওঁলোক আলোচনাৰ মজিয়ালৈ আহিবলৈ সাজু। ট্ৰাম্পৰ নেতৃত্বত কাম কৰাৰ বাবে সাজু বুলিও উল্লেখ কৰে জেলেনস্কিয়ে।

ভাষণত ট্ৰাম্পে কয় যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত প্ৰতি সপ্তাহত দুয়ো পক্ষৰ কমেও ২০০০ লোকৰ প্ৰাণ হানি হৈ আছে। এই মৃত্যুৰ খেলখন এতিয়া তেওঁলোকে বন্ধ কৰিব বিচাৰিছে। এই যুদ্ধৰ অন্ত পেলোৱাৰ সময় আহি পৰিছে।

ড’নাল্ড ট্ৰাম্পে কয় যে আজি তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ লাভ কৰিছে, য’ত উল্লেখ কৰিছে যে আলোচনাৰ মেজলৈ আহিবলৈ সাজু কীভ। জেলেনস্কিয়ে কয় যে তেওঁৰ দলটোৱে স্থায়ী শান্তিৰ বাবে ট্ৰাম্পৰ নেতৃত্বত কাম কৰিবলৈ সাজু। আমেৰিকাই ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতা বজাই ৰখাত বহুখিনি সহায় কৰিছে বুলিও শলাগ লয়। ইউক্ৰেইন খনিজ আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰিবলৈও সাজু।

উল্লেখ্য যে, বিগত ২৮ ফেব্ৰুৱাৰীত ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত হোৱা তৰ্কাতৰ্কিয়ে আলোড়নৰ সৃষ্টি কৰিছিল বিশ্বত। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক হোৱাইট হাউছলৈ আমন্ত্ৰণ কৰি আনি সাংবাদিকৰ কেমেৰাৰ সন্মুখতে ৰাষ্ট্ৰপতি ট্ৰাম্পে দিছিল ধমক। আমেৰিকাৰ কোনো কথাত অমান্তি হোৱা বাবেই দুয়োজন নেতাৰ মাজত হৈছিল বাকযুদ্ধ।

এই ঘটনাৰ পিছতে আমেৰিকাই ইউক্ৰেইনলৈ কোনোধৰণৰ সামৰিক সাহায্য প্ৰদান নকৰাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমেৰিকাৰ এই সিদ্ধান্তৰ পিছতে অধিক বিপদৰ আশংকাত ভুগিয়েই হয়তো ইউক্ৰেইনে শান্তি চুক্তিৰ বাবে মান্তি হৈছে।

Tags: Donald trumpRussiaRussia-Ukraine WarUkraine

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025