• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেতিয়াৰ পৰা আৰম্ভ হ’ব পুৰীৰ ৰথ যাত্ৰা; জানো আহক এই পবিত্ৰ যাত্ৰাৰ মহত্ত্ব

Nation NE by Nation NE
July 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কেতিয়াৰ পৰা আৰম্ভ হ’ব পুৰীৰ ৰথ যাত্ৰা; জানো আহক এই পবিত্ৰ যাত্ৰাৰ মহত্ত্ব

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

৭ জুলাইৰ পৰা ওড়িশাৰ পুৰীত আৰম্ভ হ’বলৈ গৈ আছে জগন্নাথৰ ৰথ যাত্ৰা। প্ৰতি বছৰে আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিৰ পৰা এই ৰথ যাত্ৰাৰ আয়োজন কৰা হয়।

এই সময়ছোৱাত, ভগৱান জগন্নাথক তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোৰাম আৰু ভগ্নী সুভদ্ৰাৰ সৈতে ৰথত বিৰাজিত কৰোৱা হয়। কোৱা হয় যে, যিয়ে এই ৰথ যাত্ৰাৰ সাক্ষাৎ বা দৰ্শন কৰে, তেওঁ ১০০০ খন যজ্ঞ কৰাৰ সদৃশ ফল পায়।

আহক জানো ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ লগত জড়িত কিছু কথা

ভগৱান জগন্নাথ আৰু ৰথ যাত্ৰা

ভগৱান জগন্নাথৰ মুখ্য লীলাভূমি হৈছে ওড়িশাৰ পুৰী। যাক পুৰুষোত্তম বুলিও কোৱা হয়। ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিৰ প্ৰতীক হৈছে স্বয়ং শ্ৰীজগন্নাথ মহাপ্ৰভু। শ্ৰীকৃষ্ণও হৈছে তেওঁৰেই অংশ।

ওড়িশাত ভগৱান জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোৰাম আৰু ভগ্নী সুভদ্ৰাৰ অৰ্ধনিৰ্মিত কাঠৰ মূৰ্তি স্থাপিত কৰা হৈছে। এই মূৰ্তিবোৰৰ নিৰ্মাণ কৰাইছিল ৰজা ইন্দ্ৰদ্দুন্ম্য়ই।

জগন্নাথ প্ৰভুৰ এই যাত্ৰা আহাৰ মাহৰ দ্বিতীয়া তিথিত পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হয়। প্ৰভু বলোৰামৰ পাছফালে পদ্মধ্বজ ৰথত মাতা সুভদ্ৰা আৰু সুদৰ্শন চক্ৰ থাকে। শেষত গৰুণ ধ্বজৰ ওপৰত স্বয়ং শ্ৰীজগন্নাথ প্ৰভু থাকে। আনহাতে, এই ৰথ যাত্ৰা সমাপ্ত হয় দশমী তিথিত।

ৰথ যাত্ৰাৰ বিশেষ মহত্ত্ব

স্কন্দ পুৰাণত কোৱা হৈছে যে এই ৰথ যাত্ৰাত যি গৰাকী ব্যক্তিয়ে শ্ৰী জগন্নাথৰ নাম-কীৰ্তন কৰি গুন্দিচা নগৰলৈ যায়, তেওঁ এই পূৰ্ণজন্মৰ চক্ৰৰ পৰা মুক্ত হৈ যায়।

আকৌ কোৱা হয় যে, যি ব্যক্তিয়ে ভগৱানৰ নাম-কীৰ্তন কৰি এই ৰথ যাত্ৰাত সন্মিলিত হয়, তেওঁৰ সকলো মনোকামনা পূৰ্ণ হয়। ৰথ যাত্ৰাত অংশগ্ৰহণ কৰা মাত্ৰেই সন্তান সম্পৰ্কীয় সকলো ধৰণৰ সমস্যা নাইকীয়া হৈ যায়। সেইসকল লোক অতিকৈ ভাগ্যশালী, যিয়ে এই পবিত্ৰ ৰথ যাত্ৰাৰ চাক্ষুস দৰ্শন পায়।

Tags: JagannathaYatraOdishaPuriRathYatra

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025