• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তৃতীয়বাৰৰ বাবে ‘চেম্পিয়নৰ চেম্পিয়ন’ ভাৰত; ২৫ বছৰৰ মধুৰ প্ৰতিশোধ

Nation NE by Nation NE
March 9, 2025
in Top News, ক্ৰীড়া
0 0
তৃতীয়বাৰৰ বাবে ‘চেম্পিয়নৰ চেম্পিয়ন’ ভাৰত; ২৫ বছৰৰ মধুৰ প্ৰতিশোধ
Share on FacebookShare on TwitterWhatsApp

নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিলে ভাৰতে। ১২ বছৰৰ মূৰত ভাৰতে চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন হয়। আনহাতে ক্ৰমাগতভাৱে দুটাকৈ বছৰত ভাৰতীয় দলে আই চি চিৰ সন্মানীয় খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষত টি-২০ বিশ্বকাপ জয়ী হৈছিল ৰোহিত বাহিনীয়ে।

ইফালে আজিৰ এই জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে অধিনায়ক ৰোহিত শৰ্মা, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুলৰ লগতে হাৰ্দিক পাণ্ডিয়াই।

ৰোহিত শৰ্মাই ৭৬ ৰান, শ্ৰেয়াছ আয়াৰে ৪৮ ৰান আৰু মেচৰ শেষ সময়ত কে এল ৰাহুলে খেলে ৩৪ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ।

উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে ভাৰতে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছে। ইয়াৰ লগে লগে ভাৰতে সৰ্বাধিকবাৰ চেম্পিয়নছ ট্ৰফী জয় কৰা দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ বিপৰীতে অষ্ট্ৰেলিয়াই দুবাৰ চেম্পিয়নছ ট্ৰফী জয় কৰিছে।

স্মৰ্তব্য যে, ২০০২ চনত ভাৰতে শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়নছ ট্ৰফী জয়ী হৈছিল। ইয়াৰ পিছত ২০১৩ চনত এম এছ ধোনিৰ অধিনায়কত্বত টিম ইণ্ডিয়াই এই ট্ৰফী লাভ কৰিছিল। এতিয়া ২০২৫ চনত নিউজিলেণ্ডক ৫ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ চেম্পিয়ন হৈ পৰিছে ভাৰত।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অন্তিমখন খেলত অৰ্থাত ফাইনেলত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি ২৫১ ৰান সংগ্ৰহ কৰে। কিৱিৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে ডাৰেল মিচেলে, যিয়ে ৬৩ ৰানৰ ইনিংছ খেলিছিল। মাইকেল ব্ৰেচৱেলেও ৪০টা বলত ৫৩ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডক ২৫১ ৰানলৈ লৈ যায়।

ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰাৰ লগতে মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট লাভ কৰে।

Tags: Champions TrophyIndiaRohit SharmaWinner

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025