• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাজনীতি

ধন ঘটিবলৈ ৰাজনীতিত প্ৰৱেশ কৰা নাই : ভগৱন্ত মান

Nation NE by Nation NE
July 5, 2024
in ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
ধন ঘটিবলৈ ৰাজনীতিত প্ৰৱেশ কৰা নাই : ভগৱন্ত মান
Share on FacebookShare on TwitterWhatsApp

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে বুধবাৰে জলন্ধৰ পশ্চিম সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে এখন বিশাল ৰোড শ্ব’ত অংশ লয়। আপৰ প্ৰাৰ্থী মহেন্দ্ৰ ভগতৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্ৰ সমালোচনা কৰে।

বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী ভগৱন্ত মানে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে ভগত জয়ী হ’লে তেওঁক মন্ত্ৰী পদ প্ৰদান কৰা হ’ব।

নাকোদাৰ চক মেইন ৰোডৰ ৩৩ নং অৱতাৰ নগৰ ৱাৰ্ডত অনুষ্ঠিত হোৱা ৰোড শ্ব’ৰ সময়ত মানে দাবী কৰে যে আন দলৰ প্ৰাৰ্থীসকলে স্বীকৃতিৰ বাবে হাহাকাৰ কৰিছে।

তেওঁ লগতে মন্তব্য কৰে যে বিৰোধী নেতাসকলে দিন কাল চাইহে বাহিৰলৈ ওলাই যায়।

বিৰোধীয়ে উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়, ‘যদি মই টকা উপাৰ্জন কৰিবলগীয়া হয় তেন্তে মই ৰাজনীতিত প্ৰৱেশ নকৰিলোহেঁতেন। পূৰ্বতে মই এটা কমেডী শ্ব’ৰ পৰা ৭০ লাখ টকা উপাৰ্জন কৰিছিলো।’

তেওঁ দৃঢ়তাৰে কয় যে তেওঁৰ বিৰুদ্ধে কোনো দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিব নোৱাৰে আৰু তেওঁ জনসাধাৰণৰ সেৱাৰ বাবে সদায় উৎসৰ্গিত।

Tags: #AAPBhagwant MannPunjab

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 11, 2026

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025