• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট; পানীৰ তলত ২৯ জিলা, ৫০ৰো অধিক লোকৰ মৃত্যু

Nation NE by Nation NE
July 6, 2024
in Top News, অসম
0 0
দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট; পানীৰ তলত ২৯ জিলা, ৫০ৰো অধিক লোকৰ মৃত্যু

সংগৃহীত ফটো।

Share on FacebookShare on TwitterWhatsApp

বিগত কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। উজনিৰ লগতে নামনিৰ ৩০ খন জিলাৰ প্ৰায় ২৪.৫০ লাখ লোক বানপানীৰ কৱলত পৰিছে।

ইয়াৰ মাজতে শনিবাৰে বতৰ বিজ্ঞান বিভাগে জনোৱা তথ্যই চিন্তিত কৰিছে ৰাইজক। বিভাগে জনোৱা তথ্য অনুসৰি, আগন্তুক দুদিনৰ বাবে উত্তৰ-পূবত মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আগন্তুক ২৪ ঘন্টাৰ ভিতৰত অসম, মেঘালয়, ৰাজস্থান, গুজৰাটত বৰষুণ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান বিভাগে আগন্তুক দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰিছে।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ফেনে-ফোটোকাৰে বাঢ়ি অহাত বিগত ২৪ ঘণ্টাত বহুকেইখন জিলাৰ ন ন অঞ্চল প্লাবিত হৈছে। নিমাতীঘাট, গোৱালপাৰা, গুৱাহাটী আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে।

ইপিনে বুঢ়িদিহীং, দিচাং, কপিলী, জীয়া ভৰালী, দিখৌ, বৰাক, কুচীয়াৰা নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য মতে, ২৪ ঘণ্টাত ৰাজ্যত বানত কোনো লোকৰ মৃত্যু হোৱাৰ নিশ্চিত তথ্য পোৱা নাই। অৱশ্যে, বৰ্তমানলৈ বানপানীত মৃত্য হোৱাৰ লোকৰ সংখ্যা ৫২ গৰাকীলৈ বৃদ্ধি পাইছে।

আনহাতে, ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাতো অব্যাহত আছে বানৰ ভয়াবহ পৰিস্থিতি। বানৰ ফলত উদ্যানখনত এইপৰ্যন্ত ৭৭ টা বন্যপ্ৰাণীৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি, ৩৬১৮ গাঁও বানত বুৰ গৈছে। আনহাতে, বঙাইগাঁও, ধুবুৰী, কামৰূপ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা আদি জিলাৰ বহুকেইটা ৰাজহ চক্ৰৰ ভালেমান অঞ্চল পানীৰ কবলত পৰিছে।

ধুবুৰী জিলাৰ সৰ্বাধিক ৭.৭ লাখ লোক বানৰ কবলত পৰিছে। একেদৰে বৰপেটাত ১.৩৯ লাখ, কাছাৰত ১.৭৫ লাখ, দৰঙত ১.৮৬ লাখ, মৰিগাঁৱত ১.৪৬ লাখ, কামৰূপ মহানগৰ জিলাত ৩৮,৪৮৭ লোক বানত প্ৰভাৱিত হৈছে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসকলে ৰাজ্যৰ বিভিন্ন জিলা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে আৰু উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে।

ইফালে, শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে বান পৰিস্থিতি সন্দৰ্ভত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। লগতে, বন্যাৰ্তক সকলো সহায়-সহযোগিতা কৰিব বুলি আশ্বাস দিয়ে। আনহাতে, মহানগৰৰ কৃত্ৰিম বানপানীৰ সমস্যা সন্দৰ্ভত শনিবাৰে দিছপুৰত এক জৰুৰী বৈঠক আহ্বান কৰা হৈছে।

Tags: #Assam#FloodHeavy RainHimanta Biswa Sarma

Related Posts

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Top News

March 12, 2026
Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025