• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
23 °c
Guwahati
23 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ ৰাষ্ট্ৰদূত উদঙালে মহম্মদ ইউনুছৰ মুখা! ক’লে- ‘সোনকালে মুখা খোল খাই আছে’

Nation NE by Nation NE
March 14, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ ৰাষ্ট্ৰদূত উদঙালে মহম্মদ ইউনুছৰ মুখা! ক’লে- ‘সোনকালে মুখা খোল খাই আছে’
Share on FacebookShare on TwitterWhatsApp

মৰক্কোত থকা বাংলাদেশৰ ৰাষ্ট্ৰদূত হাৰুণ আল ৰছিদে মহম্মদ ইউনুছৰ বিৰুদ্ধে মৌলবাদীক সমৰ্থন কৰা আৰু দেশত অৰাজকতা বিয়পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ৰছিদে কয় যে, ইউনুছে বাংলাদেশৰ ধৰ্মনিৰপেক্ষ গাঁথনি ভাঙি শ্বেখ হাছিনাৰ চৰকাৰ উফৰাই পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে।

হাৰুণ আল ৰছিদে নিজৰ ফেচবুক পোষ্টত লিখে যে, বাংলাদেশ সন্ত্ৰাস আৰু অৰাজকতাৰ কবলত পৰিছে। তেওঁ অভিযোগ কৰে যে মহম্মদ ইউনুছৰ শাসনত মৌলবাদীসকলক মুক্ত হাত দিয়া হৈছে আৰু সংবাদ মাধ্যমক দমন কৰা হৈছে, যাৰ বাবে অত্যাচাৰৰ বাতৰি এতিয়া পোহৰলৈ অহা নাই। ৰছিদে লিখিছে যে, ইউনুছৰ নেতৃত্বত মৌলবাদীসকলে বাংলাদেশৰ ধৰ্মনিৰপেক্ষ আৰু সাংস্কৃতিক পৰিচয় ধ্বংস কৰাত ব্যস্ত হৈ পৰিছে। এই লোকসকলে সংগ্ৰহালয়, চুফী মন্দিৰ আৰু হিন্দু মন্দিৰ ধ্বংস কৰি আছে।

ৰছিদে অভিযোগ কৰে যে, ইউনুছৰ শাসনকালত মহিলা আৰু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে। তেওঁ কয় যে, হিজবুত-তাহৰিৰ, ইছলামিক ষ্টেট, আল কায়দাৰ দৰে উগ্ৰ সংগঠনে মুকলিকৈ ইছলামিক শাসনৰ দাবী জনাইছে আৰু তেওঁলোকে ইউনুছৰ সমৰ্থন লাভ কৰিছে।

ৰছিদে কয় যে, শ্বেখ হাছিনা চৰকাৰৰ উৎখাতৰ প্ৰচেষ্টাৰ পিছৰে পৰা এই মৌলবাদীসকলে দেশৰ তন্ত্ৰ দুৰ্বল কৰাৰ চেষ্টা চলাই আহিছে আৰু ইউনুছেও এই ক্ষেত্ৰত তেওঁলোকক সহযোগিতা আগবঢ়াইছে।

হাৰুণ আল ৰছিদে জোৰ দি কয় যে, বাংলাদেশ এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে প্ৰতিষ্ঠা হৈছিল, কিন্তু এতিয়া মৌলবাদীসকলে এই পৰিচয় মচি পেলাবলৈ চেষ্টা কৰিছে। তেওঁ কয় যে, বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমান আৰু তেওঁৰ কন্যা শ্বেখ হাছিনা দুয়োগৰাকীয়েই উগ্ৰপন্থীৰ লক্ষ্য হৈ আহিছে আৰু এতিয়া ইউনুছেও এই উগ্ৰপন্থীক সমৰ্থন কৰিছে।

ৰছিদে অভিযোগ কৰে যে ক্ষমতালৈ অহাৰ পিছত মহম্মদ ইউনুছে নিজৰ প্ৰকৃত ৰং দেখুৱাইছে। তেওঁ এতিয়া সংস্কাৰক নহয় অত্যাচাৰী শাসক। তেওঁ কয় যে, শ্বেখ হাছিনাই সৃষ্টি কৰা বাংলাদেশৰ বিৰুদ্ধে ইউনুছে ধ্বংসৰ ষড়যন্ত্ৰ চলাইছে।

মহম্মদ ইউনুছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পশ্চিমীয়া দেশসমূহক আহ্বান জনাইছে হাৰুণ আল ৰছিদে। বাংলাদেশত ক্ৰমাৎ বৃদ্ধি পোৱা অৰাজকতা আৰু মানৱ অধিকাৰ উলংঘাক আন্তৰ্জাতিক সমাজে মৌন আৰু আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰে।

২০২৩ চনৰ অক্টোবৰ মাহত মৰক্কোত বাংলাদেশৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰিছিল হাৰুণ আল ৰছিদ। কানাডা, ৰোম, কায়ৰো, মেক্সিকো চিটি, মাদ্ৰিদ আদি দেশত বাংলাদেশৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মিছনত সেৱা আগবঢ়াই আহিছে। শেহতীয়াকৈ তেওঁৰ এই মন্তব্যৰ যোগেদি বাংলাদেশৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

Tags: BangladeshMahammad YunisSheikh Hasina

Related Posts

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড
Top News

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026

শীৰ্ষ সংবাদ

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025