• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এফালে সম্ভলত শান্তিপূৰ্ণভাৱে জুম্মা নামাজ, আনফালে পাকিস্তানৰ এটা মছজিদত ভয়ংকৰ কাণ্ড

Nation NE by Nation NE
March 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এফালে সম্ভলত শান্তিপূৰ্ণভাৱে জুম্মা নামাজ, আনফালে পাকিস্তানৰ এটা মছজিদত ভয়ংকৰ কাণ্ড
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে ভাৰতত উদযাপন কৰা হৈছে হোলী উৎসৱ। য’ত উত্তৰ প্ৰদেশৰ সম্ভলত এফালে শান্তিপূৰ্ণভাৱে হোলী শোভাযাত্ৰা উলিওৱা হয়। আনহাতে সকলোৱে শান্তিপূৰ্ণভাৱে জুম্মাৰ নামাজ আদায় কৰিছিল যদিও চুবুৰীয়া দেশ পাকিস্তানত জুমাৰ নামাজৰ সময়ত মছজিদত সংঘটিত হয় বিস্ফোৰণ।

ৰমজান মাহ চলি আছে আৰু আজি ৰমজান মাহৰ দ্বিতীয়টো শুকুৰবাৰ। সেইদিনা পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত দক্ষিণ ৱাজিৰিষ্টানত শুকুৰবাৰৰ নামাজৰ সময়ত মছজিদত বোমা বিস্ফোৰণ ঘটে, য’ত পাকিস্তানৰ উগ্ৰ ৰাজনৈতিক দল জমিয়ত উলেমা-ই-ইছলামৰ জিলা মুৰব্বী আব্দুল্লা নাদীমৰ লগতে আন ৩জন লোক আহত হয়।

পাকিস্তানৰ সংবাদ মাধ্যমক, জিলা আৰক্ষী বিষয়া আছিফ বাহাদুৰে জনোৱা মতে, আজম ৱাৰছাক বাইপাছ ৰোডৰ মৌলানা আব্দুল আজিজ মছজিদত দিনৰ ১:৪৫ বজাত এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণ ঘটে, য’ত এই যন্ত্ৰটো মছজিদৰ চৌহদতে ৰখা হয়।

আৰক্ষী বিষয়াই জনোৱা মতে, বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় জেইউআই জিলাৰ মুৰব্বী আব্দুল্লা নাদীম। জেইউআইৰ সৈতে জড়িত আৰু ৩জন লোকো সামান্য আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে আহত ৩জনক ৰেহমানুল্লাহ, মোল্লা নূৰ আৰু শ্বাহ বেহৰাণ বুলি চিনাক্ত কৰিছে।

ডি পি অ’ বাহাদাৰে জানিবলৈ দিয়া মতে, আহত আটাইকেইজনক ততাতৈয়াকৈ জিলা সদৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে এই ঘটনাৰ আঁৰৰ কাৰণৰ তদন্ত চলি থকা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বেও খাইবাৰ পাখতুনখোৱাত বিশেষকৈ জুম্মাৰ নামাজৰ সময়ত মছজিদসমূহক লক্ষ্য কৰি লোৱা হৈছিল, কাৰণ জুম্মা নামাজৰ বাবে মছজিদত বৃহৎ সংখ্যক লোকৰ সমাবেশ হয়। বিগত মাহত খাইবাৰ পখতুনখোৱাৰ নৌশ্বেৰা জিলাৰ দাৰুল উলুম হাক্কানিয়া মাদ্ৰাছাত সংঘটিত বিস্ফোৰণত জেইউআই-এছৰ নেতা মৌলানা হামিদুল হক হাক্কানীকে ধৰি ৬জন লোক নিহত হোৱাৰ লগতে আহত হয় ১৫জন।

ইয়াৰ পূৰ্বেও ২০২৩ চনৰ ৩০ জানুৱাৰীত পেছাৱৰৰ ৰেড জ’ন অঞ্চলৰ এটা মছজিদত বিস্ফোৰণ ঘটে। বিষয়াসকলে জনাই যে, এই বিস্ফোৰণত কমেও ৫৯ জন লোক নিহত হোৱাৰ বিপৰীতে ১৫৭ জন আহত হয়।

Tags: NamazSambhalUttar Pradesh

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025