• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দ্বিতীয়বাৰৰ বাবে WPLৰ খিতাপ দখল হৰমনপ্ৰীত নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছৰ

Nation NE by Nation NE
March 16, 2025
in Top News, ক্ৰীড়া
0 0
দ্বিতীয়বাৰৰ বাবে WPLৰ খিতাপ দখল হৰমনপ্ৰীত নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছৰ
Share on FacebookShare on TwitterWhatsApp

হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিলে মহিলা প্ৰিমিয়াৰ লীগৰ। আনহাতে এইবাৰৰ সৈতে একেৰাহে তৃতীয়বাৰৰ বাবে ৰানাৰ্ছ আপ হিচাপেই সন্তুষ্ট হ’বলগীয়া হয় দিল্লী কেপিটেলছ।

শনিবাৰে মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰি মুম্বাইয়ে খিতাপ দখল কৰে। মুম্বাইৰ এই জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে অধিনায়ক হৰমনপ্ৰীত আৰু নেট স্কাইভাৰ-ব্ৰুণ্টে।

হৰমনপ্ৰীতে ৬৪ ৰানৰ ইনিংছ খেলাৰ লগতে ব্ৰুণ্টে বেটিঙত ৩০ ৰান আৰু বলিঙত ৩টা উইকেটেৰে অলৰাউণ্ড প্ৰদৰ্শন আগবঢ়াই।

উল্লেখ্য যে, লক্ষ্যৰ পিছা কৰিবলৈ অহা দিল্লীয়ে আৰম্ভণিৰে পৰা এটাৰ পিছত এটাকৈ উইকেট হেৰুওৱাৰ ফলতেই মেচখনত পৰাজয়বৰণ কৰিবলগীয়া হয়।

প্ৰথমে বেটিং কৰা মুম্বাই ইণ্ডিয়ানছে অধিনায়ক হৰমনপ্ৰীত কৌৰৰ ৬৬ ৰান আৰু নেট স্কাইভাৰ-ব্ৰুণ্টৰ ৩০ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে।

ইফালে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ৮ ৰান বাকী থাকোতেই ইনিংছ সামৰে দিল্লী কেপিটেলছে। দিল্লীয়ে নিৰ্ধাৰিত ২০ অভাৰত ১৪১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। বেটিঙত দিল্লীৰ হৈ সামান্যতম যুঁজ দিয়া দেখা গৈছিল জেমিনাহ ৰড্ৰীগেছ, মাৰিজেন কেপ আৰু নিকি প্ৰসাদে। ৰড্ৰীগেছে ৩০, কেপে ৪০ আৰু নিকিয়ে ২৫ ৰানৰ ইনিংছ খেলে।

ইফালে মুম্বাইৰ ব্ৰুণ্টে তিনিটা, এমেলিয়া কেৰে দুটা আৰু ইছমাইল, হেইলি মেথিউছ আৰু ইছাকেই এটাকৈ উইকেট লাভ কৰে।

Tags: #BCCIDelhi CapitalsMumbai IndiansWPL

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025