• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘যদি মুছলমান সম্প্ৰদায়ৰ পৰা IAS আৰু IPS ওলাই আহে, তেন্তে সেয়া সমাজৰ বাবে ভাল বাৰ্তা’: নীতিন গাডকাৰী

Nation NE by Nation NE
March 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘যদি মুছলমান সম্প্ৰদায়ৰ পৰা IAS আৰু IPS ওলাই আহে,  তেন্তে সেয়া সমাজৰ বাবে ভাল বাৰ্তা’: নীতিন গাডকাৰী
Share on FacebookShare on TwitterWhatsApp

১৫ মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এনে এক বক্তব্য প্ৰদান কৰে যে, যাৰ বাবে তেওঁক বহুত প্ৰশংসা কৰা হৈছে। অৱশ্যে একে সময়তে একাংশ লোকে তেওঁৰ এই বক্তব্যক সমালোচনা কৰা দেখা যায়।

স্পষ্টবাদীতাৰ বাবে বিখ্যাত নীতিন গাডকাৰীয়ে মুছলমান সন্দৰ্ভত এই বক্তব্য দিছে। তেওঁ কয় যে মুছলমান সমাজৰ পৰা যদি অধিক IAS আৰু IPS বিষয়া ওলাই আহে, তেন্তে সেয়া সমাজৰ বাবে উপকাৰী হ’ব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নীতিন গাডকাৰীয়ে কয় যে, তেওঁ কেতিয়াও জাতি-ধৰ্ম বিচাৰ নকৰে। ৰাজনীতিৰ জাতি-ধৰ্মৰ চৰ্চা কৰা অনুচিত। প্ৰত্যেকেই নিজৰ ইচ্ছা অনুযায়ী যাক ভোট দিব বিচাৰে তেওঁক ভোট দিব পাৰে।

গাডকাৰীয়ে নাগপুৰৰ নানমুডা ইনষ্টিটিউটৰ সমাৱৰ্তন অনুষ্ঠানত দিয়া ভাষণত তেওঁ এই কথা উল্লেখ কৰে।

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে মুছলমান সমাজৰক লৈ ডাঙৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, মুছলমান সমাজৰ পৰা চিকিৎসক, অভিযন্তা, আই এ এছ আৰু আই পি এছ বিষয়া তৈয়াৰ হ’লেহে সমাজৰ উন্নতি হ’ব। সেইবাবেই আমি মছজিদত কেৱল এবাৰ নহয় এশবাৰ নমাজ দিব লাগে।

এই সময়ছোৱাত নীতিন গাডকাৰীয়ে আব্দুল কালামৰ কথা উল্লেখ কৰি কয় যে, যেতিয়া ড° আব্দুল কালাম চাহাব এজন পাৰমাণৱিক বিজ্ঞানী হৈছিল, আজি তেওঁৰ নাম কেৱল দেশতে নহয়, বিদেশতো বিখ্যাত। সেইবাবে তেওঁ এটা কথাত বিশ্বাস কৰে যে, কোনো মানুহ জাতি, ধৰ্ম বা লিংগৰ বাবেই মহান নহয়, কিন্তু নিজৰ কৰ্মৰাজিৰ দ্বাৰাহে মহান হয়। গতিকে এইবোৰৰ ভিত্তিত কাৰো লগত বৈষম্য কৰা উচিত নহয়।

Tags: IASIPSNitin Gadkari

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025